ETV Bharat / state

ৰাজ্যৰ বনভোজস্থলীত নিমাওমাও পৰিৱেশ - দৰগাহ স'ৰাগুৰি চাপৰি

লুইতৰ বুকুত অস্তগামী সূৰ্যৰ হেঙুলীয়া কিৰণেও আকৰ্ষণ কৰিব পৰা নাই কাকো ৷ ঝাও বনৰ জোপোহাৰ মাজৰ পৰা ভাহি নাহে উচ্চস্বৰৰ সংগীত কিম্বা বনভোজ খাবলৈ অহা দলৰ কিৰিলী ৷

অস্তগামী সূৰ্যৰ হেঙুলীয়া কিৰণেও আকৰ্ষণ কৰা নাই বনভোজপ্ৰেমীক
অস্তগামী সূৰ্যৰ হেঙুলীয়া কিৰণেও আকৰ্ষণ কৰা নাই বনভোজপ্ৰেমীক
author img

By

Published : Dec 30, 2019, 2:08 PM IST

আমগুৰি, ৩০ ডিচেম্বৰ: পুৰণি বছৰটো শেষ হ'বলৈ মাজত মাথো দুটা দিন বাকী। পুৰণিক বিদায় দি নতুনক আদৰি পৰিয়াল তথা আত্মীয়ৰ সৈতে আনন্দৰে ঘৰৰ পৰা আঁতৰি এসাজ খোৱাটো সকলোৰে আছে হেঁপাহ । কিন্তু ৰাজ্যৰ বৰ্তমান বনভোজস্থলী সমূহত নাই আনন্দ উল্লাহ ।

আমগুৰি
অস্তগামী সূৰ্যৰ হেঙুলীয়া কিৰণেও আকৰ্ষণ কৰা নাই বনভোজপ্ৰেমীক

CAA বিৰোধী আন্দোলনে স্তিমিত কৰি তুলিছে বনভোজৰ আনন্দ। ফলত নিজম হৈ পৰিছে বনভোজস্থলীসমূহ। প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰে ভৰপূৰ দিখৌ,দৰিকা আৰু ব্ৰহ্মপুত্ৰৰ সংগম স্থল তথা আজানপীৰ চাহাবৰ স্মৃতি বিজড়িত দৰগাহ স'ৰাগুৰি চাপৰিও এতিয়া নিজম। এই সন্দৰ্ভত চাওঁক এক প্ৰতিবেদন...

অস্তগামী সূৰ্যৰ হেঙুলীয়া কিৰণেও আকৰ্ষণ কৰা নাই বনভোজপ্ৰেমীক

লগতে পঢ়ক: চি ডি এছৰ নিযুক্তি আৰু সামৰিক সংস্কাৰ

Intro:Body:Empty picnic place with natural beauty
Amguri Horaguri Chapori
আমগুৰি, ৩০ ডিচেম্বৰ:

পুৰণি বছৰটো শেষ হবলৈ মাজত মাঁথো দুটা দিন বাকী। পুৰণিক বিদায় দি নতুনক আদৰি পৰিয়াল আত্মীয়ৰ সৈতে আনন্দৰে ঘৰৰ পৰা আঁতৰি এসাঁজ খোৱাটো সকলোৰে হেঁপাহ ।

কিন্তু ৰাজ্যৰ বৰ্তমান বনভোজস্থলী সমূহত নাই আনন্দ উল্লাহ । কা বিৰোধী আন্দোলনে স্তিমিত কৰি তুলিছে বনভোজৰ আনন্দ। ফলত নিজম হৈ পৰিছে বনভোজ স্থলীসমূহ ।

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্যৰ ৰাণী দিখৌ , দৰিকা আৰু ব্ৰক্ষ্মপুত্ৰৰ সংগম স্থল তথা আজানপীৰ চাহাবৰ স্মৃতি বিজড়িত দৰগাহ স'ৰাগুৰি চাপৰিও এতিয়া নিজম।

লুইতৰ বুকুত সূৰ্যাস্তৰ ডুব যোৱাৰ মনোৰম দৃশ্য অথবা ঝাওবনৰ তলত শৈশৱ বিচাৰি পোৱা আনন্দ নাই স'ৰাগুৰি চাপৰিত।

এতিয়া সৰিয়হৰ হালধীয়া ৰং চাবলৈ নাই কোনো দৰ্শনাৰ্থী। ব্ৰক্ষ্মপুত্ৰৰ বিশালতা অথবা লুইতৰ বালিচৰত খোজ কঢ়াৰ আনন্দৰ মাদকতা লবলৈ নাই বনভোজপ্ৰেমী।

আজিৰ দিনটোত মাত্ৰ এটা বনভোজ দ'লহে স'ৰাগুৰি চাপৰিত দেখা গ'ল । ৰাজ্যৰ সাম্প্ৰতিক পৰিস্থিতিত নাগৰিকত্ব সংশোধনী আইনৰ বাবেই বনভোজ স্থলীত এই নিমাওমাও পৰিবেশ বুলি মন্তব্য দিয়াৰ লগতে কা বিৰোধিতা কৰি পুৰণিক বিদায় দি নতুনক আদৰাৰ প্ৰস্ততি চলাইছে এই সকলে।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ই টিভি ভাৰত অসমConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.