ETV Bharat / state

শিৱসাগৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

প্ৰাচীন কীৰ্তিচিহ্ন থকা অঞ্চল বেদখল মুক্ত কৰাৰ দাবীত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ ৷ শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ

উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ
author img

By

Published : Jul 1, 2019, 2:23 PM IST

শিৱসাগৰ,1জুলাই : শিৱসাগৰৰ প্ৰাচীন কীৰ্তিচিহ্ন থকা অঞ্চল বেদখল মুক্ত কৰাৰ দাবীত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ ৷ শিৱসাগৰৰ ৰংঘৰ, শিৱদল,যমুনাকে ধৰি বিভিন্ন প্ৰাচীন কীৰ্তিচিহ্ন আৰু জলাশয়ত হোৱা বেদখল মুক্ত কৰিবলৈ দাবী জনায় মঞ্চৰ কৰ্মকৰ্তাসকলে ৷ যৌথ মঞ্চই শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ৷ মঞ্চই শিৱসাগৰ জিলা প্ৰশাসনক অনতিপলমে এনে বেদখল উচ্ছেদ কৰাৰ দাবী জনায়। বিগত সময়তো বিভিন্ন দল-সংগঠনে এনে বেদখলৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰা দেখা গৈছিল ।

Intro:শিৱসাগৰত প্ৰাচীন কীৰ্তিচিহ্ন অঞ্চল বেদখল মুক্ত কৰাৰ দাবীত যৌথ সংগ্ৰামী মঞ্চৰ প্ৰতিবাদ

Body:শিৱসাগৰ জিলাৰ বিভিন্ন প্ৰাচীন কীৰ্তিচিহ্নত হোৱা বেদখলৰ বিৰুদ্ধে সৰৱ হৈ উঠিছে যৌথ সংগ্ৰামী মঞংচ,শিৱসাগৰ।শিৱসাগৰৰ ৰংঘৰ,শিক্ষা ৱদল,যমুনাকে ধৰি বিভিন্ন প্ৰাচীন কীৰ্তিচিহ্ন আৰু জলাশয়ত হোৱা বেদখল মুক্ত কৰিবলৈ আজি যৌথ মঞ্চই শিৱসাগৰ জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত এক অৱস্থান ধৰ্মঘট কাৰ্যসূচী গ্ৰহণ কৰে।মঞ্চে শিৱসাগৰ জিলা প্ৰশাসনক অনতিপলমে এনে বেদখল উচ্ছেদ কৰাৰ দাবী জনাইছে।

Conclusion:বিগত দিনটো বিভিন্ন দল-সংগঠনে এনে বেদখলৰ বিৰুদ্ধে প্ৰতিবাদ সাৱস্ত্য কৰিছিল।কিন্তু কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই জিলা প্ৰশাসনে।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.