ETV Bharat / state

সাম্প্ৰদায়িক মন্তব্য আগবঢ়োৱা যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল ঐক্য সেনা অসমৰ - সাম্প্ৰদায়িক মন্তব্য

গৌতম শইকীয়া নামৰ এজন যুৱকে ফেচবুকত অসমত কৰ'ণা ভাইৰাছৰ উৎসৰ মূলতে মিঞাসকল বুলি সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছিল ৷ ইয়াৰ উপৰিও যুৱকজনে দীৰ্ঘদিন ধৰি সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে কৰি আহিছিল বিভিন্নধৰণৰ সাম্প্ৰদায়িক মন্তব্য ৷

Onkyo Sena asom submit FIR against a youth for communal comments
সাম্প্ৰদায়িক মন্তব্য আগবঢ়োৱো যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল ঐক্য সেনা অসমৰ
author img

By

Published : May 21, 2020, 1:42 PM IST

আমগুৰি, 21মে': কৰ'ণা ভাইৰাছ আতংকৰ মাজতে ছ'চিয়েল মিডিয়া যোগে সাম্প্ৰদায়িক মন্তব্য কৰা যুৱকৰ ওপৰত এজাহাৰ দাখিল কৰিলে ঐক্য সেনা অসমে ৷ জানিব পৰা মতে, গৌতম শইকীয়া নামৰ এজন যুৱকে ফেচবুকত অসমত কৰ'ণা ভাইৰাছৰ উৎসৰ মূলতেঃ মিঞাসকল বুলি সাম্প্ৰদায়িক মন্তব্য আগবঢ়াইছিল ৷

সাম্প্ৰদায়িক মন্তব্য আগবঢ়োৱো যুৱকৰ বিৰুদ্ধে এজাহাৰ দাখিল ঐক্য সেনা অসমৰ

ইয়াৰ উপৰিও যুৱকজনে দীৰ্ঘদিন ধৰি সামাজিক মাধ্যম ফেচবুকৰ জৰিয়তে কৰি আহিছিল বিভিন্নধৰণৰ সাম্প্ৰদায়িক মন্তব্য ৷ যাৰ পৰিপ্ৰেক্ষিতত গৌতম শইকীয়া নামৰ যুৱকজনৰ সাম্প্ৰদায়িক মন্তব্যক লৈ জাঙুৰ খাই উঠি ঐক্য সেনা অসমৰ নামতি আঞ্চলিক সমিতিয়ে ৷ ইতিমধ্যে সমিতিয়ে যুৱকজনৰ বিৰুদ্ধে নামতি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ৷ যুৱকজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আৰক্ষী প্ৰশাসনক দাবী জনায় ঐক্য সেনা অসমৰ নামতি আঞ্চলিক সমিতিয়ে ৷

লগতে পঢ়কঃকেন্দ্ৰৰ বিত্তীয় পেকেজঃ মুখ্যমন্ত্ৰীৰ জৰুৰী বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.