- আমগুৰিৰ হালোৱাটিঙত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident in Amguri)
- দুখন মাটি কঢ়িওৱা ডাম্পাৰৰ মাজত মুখামুখি সংঘৰ্ষ
- থিতাতে নিহত এজন ডাম্পাৰ চালক (One dead in road accident)
- নিহত চালকজনৰ নাম য়াংগেৰ আও
- হালোৱাটিঙৰ ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনাটো
- চাৰিলেনযুক্ত পথ নিৰ্মাণত ব্যৱহৃত আছিল দুয়োখন ডাম্পাৰ
- নিশা নাগালেণ্ডৰ পৰা মাটি কঢ়িওৱা কামত ব্যৱহাৰ কৰা হৈছিল ডাম্পাৰ দুখন
Road accident: আমগুৰিৰ হালোৱাটিঙত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা - থিতাতে নিহত এজন ডাম্পাৰ চালক
নিশা শিৱসাগৰ জিলাৰ আমগুৰিৰ হালোৱাটিঙত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা । দুখন মাটি কঢ়িওৱা ডাম্পাৰৰ মুখামুখী সংঘৰ্ষৰ ফলত হোৱা দুৰ্ঘটনাতো প্ৰাণ হেৰুৱাই এজনে(One dead in road accident) ।
আমগুৰিৰ হালোৱাটিঙত নিশা ভয়ংকৰ পথ দুৰ্ঘটনা