আমগুৰি ২৩ অক্টোবৰ: শিৱসাগৰৰ নামতিত বুধবাৰে পুৱা এটি নৱজাতক উদ্ধাৰ হোৱা ঘটনাই মানৱ সমাজক লজ্জানত কৰি তুলিছে। নামতি গণক গাঁৱৰ নামঘৰৰ সমীপত পথৰ কাষত উদ্ধাৰ হোৱা নৱজাতকটো এটা বেগৰ ভিতৰত এগৰাকী শিক্ষয়িত্ৰীয়ে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে। হৃদয়হীন কোনো মাতৃৰ এনে অমানৱীয় কাণ্ডই এতিয়া ব্যথিত কৰিছে সকলোকে। আনহাতে এই ঘটনাক নামতিৰ স্থানীয় লোকসকলে তীব্ৰ ভাষাৰে নিন্দা কৰিছে । ইতিমধ্যে নৱজাতকটি স্থানীয় লোকে উদ্ধাৰ কৰি জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
শিৱসাগৰৰ নামতিত নৱজাতক উদ্ধাৰ - new born baby rescued amguri
বুধবাৰে পুৱা শিৱসাগৰৰ নামতিত এটি সদ্যোজাত নৱজাতক উদ্ধাৰ হয় ৷ ইতিমধ্যে নৱজাতকটি স্থানীয় লোকে উদ্ধাৰ কৰি জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
শিৱসাগৰৰ নামতিত নৱজাতক উদ্ধাৰ
আমগুৰি ২৩ অক্টোবৰ: শিৱসাগৰৰ নামতিত বুধবাৰে পুৱা এটি নৱজাতক উদ্ধাৰ হোৱা ঘটনাই মানৱ সমাজক লজ্জানত কৰি তুলিছে। নামতি গণক গাঁৱৰ নামঘৰৰ সমীপত পথৰ কাষত উদ্ধাৰ হোৱা নৱজাতকটো এটা বেগৰ ভিতৰত এগৰাকী শিক্ষয়িত্ৰীয়ে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে। হৃদয়হীন কোনো মাতৃৰ এনে অমানৱীয় কাণ্ডই এতিয়া ব্যথিত কৰিছে সকলোকে। আনহাতে এই ঘটনাক নামতিৰ স্থানীয় লোকসকলে তীব্ৰ ভাষাৰে নিন্দা কৰিছে । ইতিমধ্যে নৱজাতকটি স্থানীয় লোকে উদ্ধাৰ কৰি জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰে ৷
Intro:Body:আমগুৰি ব্ৰেকিং
……………………………
আমগুৰি ২৩ অক্টোবৰ:
শিৱসাগৰ জিলাৰ নামতিত আজি পুৱা এটি সদ্যোজাত কেচুৱা উদ্ধাৰ হোৱা ঘটনাই মানৱ সমাজক লজ্জানত কৰি তুলিছে।
নামতি গণক গাঁওৰ নামঘৰৰ সমীপত পথৰ কাষত উদ্ধাৰ হোৱা নৱজাতক কেচুৱাটো এটা বেগৰ ভিতৰত এগৰাকী শিক্ষয়িত্ৰীয়ে প্ৰত্যক্ষ কৰি উদ্ধাৰ কৰে ।
হৃদয়হীন মাতৃৰ এনে অমানৱীয় কাণ্ডই এতিয়া ব্যথিত কৰিছে সকলোকে।আনহাতে এই ঘটনাক নামতিৰ স্থানীয় লোকসকলে তীব্ৰ নিন্দা কৰিছে।
ইতিমধ্যে সদ্যোজাত কেচুৱাটো স্থানীয় লোকে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে
সমীৰণ দুৱৰা আমগুৰি
Conclusion: