ETV Bharat / state

নাজিৰাত পথমণিয়ে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্ত্তি

author img

By

Published : Nov 20, 2019, 7:15 PM IST

শিৱসাগৰ জিলাৰ গেলেকী ৰিজাৰ্ভ ফৰেষ্টৰ কাষত 200 বিঘা মটিত ৰোপণ কৰা হৈছে ঔ টেঙা গছৰ পুলি ৷ গেলেকী কমলাবাৰীৰ কাষতে থকা সীমান্তৰ দুৰ্গম অঞ্চলত নিৰন গগৈ নামৰ লোক জনে ৰূপণ কৰিছে এই পুলিসমূহ ৷

নাজিৰাত পথমণিয়ে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্ত্তি

নাজিৰা,20 নৱেম্বৰঃ ৰাজ্যত হাতী মানুহৰ সংঘাতে সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি থকাৰ সময়তে নাজিৰাত এক ব্যতিক্ৰমী দৃশ্য ৷ নাজিৰাত পথমণিয়ে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্ত্তি ৷ পথমণি আন কোনো নহয় নাজিৰাৰ এটা হাতীৰ নাম হ’ল পথমণি ৷ গেলেকীৰ কমলাবাৰীত হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাৰ্তা দিয়াৰ উদ্দেশ্যেই স্থাপন কৰা হৈছে দুটা হাতীৰ প্ৰতিমূৰ্ত্তি ৷

পথমণিয়ে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্ত্তি

উল্লেখ্য যে, শিৱসাগৰ জিলাৰ গেলেকী ৰিজাৰ্ভ ফৰেষ্টৰ কাষত 200 বিঘা মটিত ৰোপণ কৰা হৈছে ঔ টেঙা গছৰ পুলি ৷ গেলেকী কমলাবাৰীৰ কাষতে থকা সীমান্তৰ দুৰ্গম অঞ্চলত নিৰন গগৈ নামৰ লোক জনে ৰোপণ কৰিছে এই পুলিসমূহ ৷ ভৱিষ্যতে যাতে বনৰীয়া হাতীয়ে খাদ্যৰ বাবে জনাঞ্চলত প্ৰৱেশ নকৰে তাৰ বাবে এক পদক্ষেপ গ্ৰহণ কৰিছে ব্যক্তিজনে ৷ এইক্ষেত্ৰত বন বিভাগেও সহায় কৰিছে নিৰন গগৈক ৷

Intro:Body:NABUL KONWAR
DATE-20/11/2019
NAZIRA, ASSAM.
নাজিৰা, ২০ নবেম্বৰ- নাজিৰাত পথমনিয়ে উন্মোচন কৰিলে নিজৰ প্ৰতিমূৰ্ত্তি৷ কিন্ত কোন এই পথমনি

V/O- হাতী মানুহৰ সংঘাত নতুন কথা নহয়৷ হাতী মানুহৰ সংঘাতৰ বিপৰীতে নাজিৰাত ব্যতিক্ৰমী ছবি৷ হাতীৰ প্ৰতিমূৰ্ত্তি স্থাপন কৰি পাতিলে পূজা । গেলেকীৰ কমলাবাৰীত স্থাপন হল মাক পোৱালিৰ দুই হাতীৰ প্ৰতিমূৰ্ত্তি৷ হাতী মানুহৰ সংঘাত দূৰ কৰাৰ বাৰ্তা দিয়াৰ উদ্দেশ্যেই স্থাপন কৰা হৈছে এই প্ৰতিমূৰ্ত্তি ৷ অকল সেয়াই নহয় শিৱসাগৰ জিলাৰ অসম নাগালেণ্ড সীমান্ত অঞ্চলৰ গেলেকী ৰিজাৰ্ভ ফৰেষ্টৰ কাষত ২০০ বিঘা মাটিত ৰূপন কৰিছে ঔটেঙা গছ । গেলেকী কমলাবাৰীৰ কাষতে থকা সীমান্তৰ দূৰ্গম অঞ্চলত নিৰন গগৈ নামৰ লোক জনে ৰূপন কৰিছে ঔটেঙা গছৰ পুলি৷ ভৱিষ্যতে যাতে বনৰীয়া হাতীয়ে খাদ্যৰ বাবে জনাঞ্চলত প্ৰবেশ নকৰে তাৰ বাবে এক পদক্ষেপ গ্ৰহন কৰিছে ব্যক্তি জনে৷ বন বিভাগে ও এইক্ষেত্রত সহায় কৰিছে নিৰন গগৈক৷ গেলেকী ৰিজাৰ্ভ ফৰেষ্টৰ গাতে লাগি থকা বনভোজ থলী কমলাবাৰীত মংগলবাৰে মাক আৰু পুতেকৰ হাতীৰ প্ৰতিমূৰ্ত্তি উন্মোচন কৰা হয়৷ লক্ষীমণি আৰু পুত্ৰ পথমণিৰ নামৰ দুই হাতী প্ৰতিমূৰ্ত্তি স্থাপন কৰে ৷ পথমনি নামৰ হাতী জনীয়ে নিজৰ প্ৰতিমূৰ্ত্তিত নিজেই মালা পিন্ধাই উন্মোচন কৰে৷
Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.