নাজিৰা,২৮ আগষ্টঃ শিৱসাগৰৰ নাজিৰাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীত পুনৰ নগাৰ সন্ত্ৰাস ৷ ক্ষুদ্ৰ চাহ খেতিয়কে ৰোপণ কৰা বহু কেইবিঘা মাটিৰ চাহ গছ কাটি তহিলং কৰিলে নগাই ৷ ঘটনাক কেন্দ্ৰ কৰি সীমান্তৱৰ্তী অঞ্চলত সৃষ্টি হৈছে উত্তেজনা ৷ উল্লেখ্য যে,বিগত দুদিন পূৰ্বে সীমান্তৱৰ্তী গেলেকীৰ শিঙিবিলত নগা লোকে অসমৰ মাটিত উপদ্ৰৱ চলাই নিৰ্মীয়মাণ অৱস্থাত থকা শ্মশান গৃহ এটা ভাঙি থৈ যায় ৷ ইয়াৰ পাচত পুনৰ মঙলবাৰে নিশা একাংশ নগা দুস্কৃতিকাৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কে ৰোপণ কৰা বাগিছাৰ চাহগছ কাটি তহিলং কৰে ৷ ইয়াৰ পূৰ্বেও বহু বাৰ নাগালেণ্ডৰ লোক আহি চাহ গছ কাটি সন্ত্ৰাস সৃষ্টি কৰিছিল ৷ কিন্তু বহুদিন ধৰি এনে কৰ্মৰ পৰা বিৰত আছিল যদিও যোৱা দুদিনত সীমান্ত অঞ্চলত নগাই যি সন্ত্ৰাস চলালে ইয়াকে লৈ এতিয়া ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সীমান্তৱৰ্তী গেলেকীত ৷
নাজিৰাৰ গেলেকীত নগাৰ সন্ত্ৰাস
বিগত দুদিন পূৰ্বে সীমান্তৱৰ্তী গেলেকীৰ শিঙিবিলত নগা লোকে অসমৰ মাটিত উপদ্ৰৱ চলাই নিৰ্মীয়মাণ অৱস্থাত থকা শ্মশান গৃহ এটা ভাঙি থৈ যায়
নাজিৰা,২৮ আগষ্টঃ শিৱসাগৰৰ নাজিৰাৰ অসম নাগালেণ্ড সীমান্তৱৰ্তী গেলেকীত পুনৰ নগাৰ সন্ত্ৰাস ৷ ক্ষুদ্ৰ চাহ খেতিয়কে ৰোপণ কৰা বহু কেইবিঘা মাটিৰ চাহ গছ কাটি তহিলং কৰিলে নগাই ৷ ঘটনাক কেন্দ্ৰ কৰি সীমান্তৱৰ্তী অঞ্চলত সৃষ্টি হৈছে উত্তেজনা ৷ উল্লেখ্য যে,বিগত দুদিন পূৰ্বে সীমান্তৱৰ্তী গেলেকীৰ শিঙিবিলত নগা লোকে অসমৰ মাটিত উপদ্ৰৱ চলাই নিৰ্মীয়মাণ অৱস্থাত থকা শ্মশান গৃহ এটা ভাঙি থৈ যায় ৷ ইয়াৰ পাচত পুনৰ মঙলবাৰে নিশা একাংশ নগা দুস্কৃতিকাৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কে ৰোপণ কৰা বাগিছাৰ চাহগছ কাটি তহিলং কৰে ৷ ইয়াৰ পূৰ্বেও বহু বাৰ নাগালেণ্ডৰ লোক আহি চাহ গছ কাটি সন্ত্ৰাস সৃষ্টি কৰিছিল ৷ কিন্তু বহুদিন ধৰি এনে কৰ্মৰ পৰা বিৰত আছিল যদিও যোৱা দুদিনত সীমান্ত অঞ্চলত নগাই যি সন্ত্ৰাস চলালে ইয়াকে লৈ এতিয়া ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সীমান্তৱৰ্তী গেলেকীত ৷
V/O- শিৱসাগৰ জিলাৰ নাজিৰাৰ গেলেকী অসম নগালেণ্ড সীমান্তত পুনৰ নগাৰ সন্ত্ৰাস। গেলেকীৰ সীমান্তৱৰ্তী শিঙিবিল আৰু সোনাপুৰৰ মাজৰ ক্ষুদ্ৰ চাহ খেতিয়কৰ বাগিছাৰ বৃহত অঞ্চলৰ চাহ গছ কাটি তহিলং কৰিলে নগাই৷ এই ঘটনাক কেন্দ্ৰ কৰি সীমান্তবৰ্তী অঞ্চলত সৃষ্টি হৈছে চেপা উত্তেজনা ৷ দুটা দিনৰ পূৰ্বে সীমান্তৱৰ্তী গেলেকীৰ শিঙিবিলত নগা লোকে আহি অসমৰ মাটিত সন্ত্ৰাস চলাই নিৰ্মীয়মাণ অৱস্থাত থকা শ্মশান গৃহ এটা ভাঙি থৈ যায়৷ ইয়াৰ পিছত পুনৰ মংগলবাৰে নিশা একাংশ নগা দুস্কিতিকাৰীয়ে ক্ষুদ্ৰ চাহ খেতিয়কে ৰূপন কৰা বাগিছাৰ চাহগছ কাটি তহিলং কৰে৷ ইয়াৰ আগতেও বহু বাৰ নগালেণ্ডৰ লোক আহি চাহ গছ কাটি সন্ত্ৰাস সৃষ্টি কৰিছিল ৷ কিন্তু বহুদিন ধৰি এনে কৰ্মৰ পৰা বিৰত আছিল যদিও যোৱ দুদিনত সীমান্ত অঞ্চলত নগাই যি সন্ত্ৰাস চলালে ইয়াকে লৈ এতিয়া ব্যপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সীমান্তৱৰ্তী গেলেকীত৷
বাইট- ছাত্ৰ নেতাConclusion: