ETV Bharat / state

নাজিৰাৰ 7 টা পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ - হিমন্ত বিশ্ব শৰ্মা

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দেওবাৰে নাজিৰাত উপস্থিত হৈ 7 টাকৈ পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰাৰ লগতে, কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া উদ্যান তথা হিতেশ্বৰ শইকীয়াৰ সমাধিক্ষেত্ৰ উন্নয়নৰ বাবে ২৫ লাখ টকা আগবঢ়াব বুলি উল্লেখ কৰে ৷

নাজিৰাৰ 7 টা পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন

author img

By

Published : Oct 4, 2020, 4:24 PM IST

নাজিৰা, 4 অক্টোবৰ: দেওবাৰে নাজিৰাত উপস্থিত হৈ সমষ্টিটোৰ প্ৰায় 7 টা পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷ প্ৰায় 60 কোটি টকা ব্যয়েৰে পথকেইটা নিৰ্মাণৰ কাম আৰম্ভ কৰাৰ লগতে নিৰ্বাচনৰ পূৰ্বে সকলো কাম সমাপ্ত হ'ব বুলি উল্লেখ কৰে মন্ত্ৰী গৰাকীয়ে ৷ ইয়াৰোপৰি প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পন কৰে মন্ত্ৰী গৰাকীয়ে ৷ লগতে কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া উদ্যান তথা হিতেশ্বৰ শইকীয়াৰ সমাধিক্ষেত্ৰৰ উন্নয়নৰ বাবে আনটাইড ফাণ্ডৰ পৰা ২৫ লাখ টকা আগবঢ়োৱাৰ কথা ঘোষণা কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

নাজিৰাৰ 7 টা পথ নিৰ্মাণৰ আধাৰশিলা স্থাপন মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

আনহাতে নাজিৰাৰ প্ৰয়াত বিজেপি নেতা তথা শিৱসাগৰ জিলাৰ ভাৰতীয় জনতা পাৰ্টী, শিৱসাগৰ জিলা সমিতিৰ উপ-সভাপতি প্ৰবীন কোঁৱৰৰ বাসগৃহতো উপস্থিত হৈ পৰিয়ালক সমবেদনা জ্ঞাপন কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়ক: হঠাৎ খহি পৰিল কচুৱা-কাৰ্বি আংলং সংযোগী পকী দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.