আমগুৰি, 12 ডিচেম্বৰ : শিৱসাগৰ জিলাৰ আমগুৰি বন বিভাগৰ অন্তৰ্গত দিকচু মাউট গাঁৱত শনিবাৰে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এটা নাহৰফুটুকীৰ মৃতদেহ ৷ বাঘটোৰ মৃতদেহ উদ্ধাৰৰ বিষয়ে অৱগত হোৱাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় বন বিভাগ কৰ্তৃপক্ষ ৷ বিভাগীয় কৰ্তৃপক্ষই বাঘটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷
আমগুৰিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ - নাহৰফুটুকী
শনিবাৰে আমগুৰি বন বিভাগৰ অন্তৰ্গত দিকচু মাউট গাঁৱত ৰহস্যজনকভাৱে উদ্ধাৰ হয় এটা নাহৰফুটুকীৰ মৃতদেহ ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে বন বিভাগে ৷

ৰহস্যজনক অৱস্থাত উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ
আমগুৰি, 12 ডিচেম্বৰ : শিৱসাগৰ জিলাৰ আমগুৰি বন বিভাগৰ অন্তৰ্গত দিকচু মাউট গাঁৱত শনিবাৰে ৰহস্যজনক অৱস্থাত উদ্ধাৰ হয় এটা নাহৰফুটুকীৰ মৃতদেহ ৷ বাঘটোৰ মৃতদেহ উদ্ধাৰৰ বিষয়ে অৱগত হোৱাৰ পাচতে ঘটনাস্থলীত উপস্থিত হয় বন বিভাগ কৰ্তৃপক্ষ ৷ বিভাগীয় কৰ্তৃপক্ষই বাঘটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে সমগ্ৰ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে ৷
আমগুৰিত ৰহস্যজনক অৱস্থাত উদ্ধাৰ নাহৰফুটুকীৰ মৃতদেহ