ETV Bharat / state

শিৱসাগৰত অনুষ্ঠিত আইন সজাগতা সভা - নাৰী সুৰক্ষা

সোমবাৰে শিৱসাগৰত আইন সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সৌজন্যত আৰু জিলা আইন প্ৰাধিকাৰীৰ উদ্যোগত মহিলা সকলৰ মাজত এই সজাগতা সভা খন অনুষ্ঠিত হয় ৷

শিৱসাগৰত অনুষ্ঠিত আইন সজাগতা সভা
শিৱসাগৰত অনুষ্ঠিত আইন সজাগতা সভা
author img

By

Published : Jan 25, 2021, 6:42 PM IST

শিৱসাগৰ, 25 জানুৱাৰী : সোমবাৰে শিৱসাগৰত আইন সজাগতা সভা অনুষ্ঠিত কৰা হৈছে ৷ শিৱসাগৰত ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সৌজন্যত আৰু জিলা আইন প্ৰাধিকাৰীৰ উদ্যোগত মহিলা সকলৰ মাজত এই সজাগতা সভা খন অনুষ্ঠিত হয় ৷

বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ ভগ্নী সংগঠন মহিলা মঞ্চ আৰু জিলা মহিলা মঞ্চৰ সহযোগত শিৱসাগৰ নগৰৰ সমীপৰ সিংহদ্বাৰ, মণিপুৰী গাঁৱৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত কৰা হয় এই সভা খন ৷ এই সভাত নাৰীৰ সুৰক্ষা সম্পৰ্কে বিভিন্ন আলোচনা কৰা হয় ৷

শিৱসাগৰত অনুষ্ঠিত আইন সজাগতা সভা

বিভিন্ন সময়ত দেশৰ নাৰীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হোৱা দেখিবলৈ পোৱা গৈছে । এগৰাকী নাৰীৰ লগত হোৱা নির্যাতন, অত্যাচাৰ ইত্যাদিৰ পৰা নিজকে কেনেকৈ নাৰী গৰাকীয়ে নিজক বচাব পাৰে আৰু ভুক্তভোগী নাৰী গৰাকীয়ে উপযুক্ত অধিকাৰ লাভ কৰিব পাৰে, সেই সন্দৰ্ভত পৰ্যালোচনা কৰা হয় ৷ অনকি নাৰীৰ মৌলিক অধিকাৰ, আইনগত অধিকাৰ আদিৰ বিষয়ে এক বিতং আলোচনাও কৰা হয় উক্ত সভা খনত ৷

এই সভা খনত উপস্থিত থাকে অধিবক্তা দিগন্ত মঙল নেওঁগ , সমাজকৰ্মী মণিকা শইকীয়া , সমাজকৰ্মী পাপৰি ফুকন আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি ৷

লগতে পঢ়ক : অৰ্ণৱে ৰেটিংছ খেলিমেলি কৰাৰ বাবে মোক 40 লাখ প্ৰদান কৰিছিল : পাৰ্থ দাসগুপ্তা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.