ETV Bharat / state

ভূমিস্খলনৰ বাবে 8 খনকৈ যাত্ৰীবাহী ৰে'ল বাতিল; যাত্ৰীৰ মাজত হাহাকাৰ পৰস্থিতি - TRAIN_CANCEL

লামডিঙত ভূমিস্খলনৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে বাতিল কৰিছে আঠখনকৈ যাত্ৰীবাহী ৰে'ল । শুকুৰবাৰে নিশা গুৱাহাটীৰ পৰা ৰাওনা হ'বলগীয়া গুৱাহাটী-লিডু ইন্টাৰচিটি এক্সপ্ৰেছৰ উপৰিও লিডু-গুৱাহাটী ইন্টাৰচিটি এক্সপ্ৰেছ বাতিল কৰা হৈছে ।

ভূমিস্খলনৰ বাবে 8 খনকৈ যাত্ৰীবাহী ৰে'ল বাতিল
author img

By

Published : Sep 27, 2019, 10:58 PM IST

গুৱাহাটী,27ছেপ্টেম্বৰঃ লামডিং ডিভিজনৰ হাওৰাপুৰ লামছাখঙৰ মাজত বৰষুণৰ ফলত হোৱা ভূমিস্খলনত ৰে'ল পথত যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে । যাৰ বাবে উত্তৰ-পূৱ সীমান্ত ৰে'লৱে বাতিল কৰিছে আঠখনকৈ লোকেল যাত্ৰীবাহী ৰে'ল । শুকুৰবাৰে নিশা গুৱাহাটীৰ পৰা ৰাওনা হ'বলগীয়া গুৱাহাটী-লিডু ইন্টাৰচিটি এক্সপ্ৰেছৰ উপৰিও লিডু-গুৱাহাটী ইন্টাৰচিটি এক্সপ্ৰেছ বাতিল কৰা হৈছে । আনহাতে ২৮ ছেপ্টেম্বৰত ৰাওনা হ'বলগীয়া গুৱাহাটী-মৰিয়নী ইন্টাৰচিটি এক্সপ্ৰেছ, মৰিয়নী-গুৱাহাটী ইন্টাৰচিটি একপ্ৰেছ, ৰঙিয়া-নিউ তিনিচুকীয়া এক্সপ্ৰেছ, নিউ তিনিচুকীয়া-ৰঙিয়া এক্সপ্ৰেছ, অলিপুৰদুৱাৰ-লামডিং ইন্টাৰচিটি এক্সপ্ৰেছ, গুৱাহাটী-লামডিং পেচেঞ্জাৰ আৰু বহু কেইখন ৰে'ল বাতিল কৰা হৈছে । এই ভূমিস্খলনৰ ফলত স্থানীয় ৰে'ল বাতিল কৰা হৈছে যদিও বহুকেইখন দূৰণিবটীয়া যাত্ৰীবাহী ৰে'লৰ চলাচলত কোনো সালসলনি হোৱা নাই বুলি জনাই উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ জনসম্পৰ্কৰক্ষী বিষয়া নৃপেন ভট্টাচাৰ্যই ।

ভূমিস্খলনৰ বাবে 8 খনকৈ যাত্ৰীবাহী ৰে'ল বাতিল

ইপিনে হঠাতে বাতিল হোৱা লিডু-গুৱাহাটী অভিমুখী ইন্টাৰচিটি ট্ৰেইন বাতিল কৰাক লৈ হাহাকাৰ লাগিছে যাত্ৰীসকলৰ মাজত । উল্লেখ্য যে লিডু ৰে'লৱে ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰি মাৰ্ঘেৰিটা ৰে'ল ষ্টেচনত থমকি ৰয় ট্ৰেইনখন ।

Intro:Big breaking হঠাতে বাতিল লিডু - গুৱাহাটী অভিমুখী ইন্টাৰচিটি ট্ৰেইন । লিডু ৰেলৱে ষ্টেচনৰ পৰা যাত্ৰা আৰম্ভ কৰি মাৰ্ঘেৰিটা ৰেল ষ্টেচনত থমকি ৰ'ল ট্ৰেইন খন । যাত্ৰীৰ মাজত হাহাঁকাৰ পৰিস্থিতি । বাতিলৰ কাৰণ জানিবলৈ দিয়া নাই যাত্ৰীক ।Body:Byte-1
Byte-2Conclusion:মাৰ্ঘেৰিটাৰ পৰা শ্যামল নেওগ
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.