ETV Bharat / state

শিৱসাগৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব ঐতিহ্য অসম উৎসৱ

তিনিদিনীয়া কাৰ্যসূচীৰে শিৱসাগৰত ইউথ কানেক্ট আসামৰ উদ্যোগত পালন কৰা হ'ব ঐতিহ্য অসম সপ্তাহ ৷ যুৱ প্ৰজন্মৰ মাজত নিহিত হৈ থকা প্ৰতিভাসমূহ তথা সৃষ্টিশীলতাক ৰাইজৰ আগত পৰিচয় কৰাই স্বাৱলম্বিতাৰ দিশে আগুৱাই নিয়াৰ বাবে এই প্ৰয়াস গ্ৰহণ কৰা হৈছে ৷

তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অসম ঐতিহ্য উৎসৱ

author img

By

Published : Dec 21, 2020, 5:55 PM IST

শিৱসাগৰ, 21 ডিচেম্বৰ : শিৱসাগৰত ইউথ কানেক্ট আসামৰ উদ্যোগত তিনিদিনীয়া কাৰ্যসূচীৰে পালন কৰা হ'ব ঐতিহ্য অসম সপ্তাহ ৷ অহা ২৯ ডিচেম্বৰত শিৱসাগৰৰ নাট্যমন্দিৰত আৰু 30, 31 ডিচেম্বৰত বৰ্ডিং খেলপথাৰত অনুষ্ঠিত হ'ব ঐতিহ্য অসম উৎসৱ ৷

শিৱসাগৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব অসম ঐতিহ্য উৎসৱ

যুৱ প্ৰজন্মৰ মাজত নিহিত হৈ থকা প্ৰতিভাসমূহ তথা সৃষ্টিশীলতাক ৰাইজৰ আগত পৰিচয় কৰাই স্বাৱলম্বীতাৰ দিশে আগুৱাই নিয়াৰ বাবে এই প্ৰয়াস গ্ৰহণ কৰা হৈছে ৷ অনুষ্ঠানত থাকিব যুৱক-যুৱতীসকলৰ বিশেষ কিছুমান শিতান ৷ সেই শিতানসমূহ হৈছে যোগসূত্ৰ, ছবি শিতান, কৰ্মশালা, স্বাস্থ্য শিতান, সৌন্দৰ্য শিতান, সাজসজ্জা সপ্তাহ, নতুন বছৰ উপভোগ ইত্যাদি ৷ এনে শিতানসমূহে নৱ-প্ৰজন্মৰ মাজত আনন্দৰ সমাহাৰ, সৃষ্টিশীল চিন্তা তথা এক সুকীয়া মনোবল দিব বুলি আশাবাদী উদ্যোক্তাসকল ৷

লগতে পঢ়ক: নগাঁৱৰ ঐতিহাসিক চাপানালা পৰ্যটন ক্ষেত্ৰত নাই পৰ্যটকৰ ভিৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.