নাজিৰা,4 জুন : ৰাজ্যত দিনক দিনে চিকিৎসক নিগ্ৰহৰ ঘটনা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে ৷ শেহতীয়াকৈ হোজাই জিলাৰ লংকাত ডাঃ সেউজ সেনাপতি আৰু এগৰাকী নাৰ্চক শাৰীৰিকভাবে অপদস্থ কৰাৰ পাচতে ৰাজ্যৰ লগতে দেশজুৰি প্ৰতিবাদ সাৱ্যস্ত কৰিছিল চিকিৎসক আৰু চিকিৎসাকৰ্মীয়ে ৷ সেই ঘটনাৰ চাঞ্চল্য মাৰ নৌযাওতেই পুনৰ ৰাজ্যত সংঘটিত হৈছে স্বাস্থ্য বিভাগৰ কৰ্মীক দুৰ্ব্যৱহাৰৰ ঘটনা ৷ এইবাৰৰ স্থান নাজিৰা ৷ ৰেল বিভাগৰ কৰ্মচাৰীৰ দ্বাৰা লাঞ্ছিত হ’ল স্বাস্থ্য বিভাগৰ কৰ্মচাৰী ।
নাজিৰাত স্বাস্থ্য বিভাগৰ কৰ্মীক অপদস্থ - নাজিৰাত ৰেল বিভাগৰ কৰ্মচাৰী
ৰাজ্যত পুনৰ সংঘটিত হৈছে স্বাস্থ্য কৰ্মীক দুৰ্ব্যৱহাৰৰ ঘটনা । নাজিৰাত ৰেল বিভাগৰ কৰ্মচাৰীৰ দ্বাৰা লাঞ্ছিত হ’ল স্বাস্থ্য বিভাগৰ কৰ্মচাৰী ।
নাজিৰাত স্বাস্থ্য বিভাগৰ কৰ্মীক অপদস্থ