ETV Bharat / state

হৰ্ষিত নাথক শিৱসাগৰত বিপুল আদৰণি

বৃহস্পতিবাৰে ৩ টা মাহৰ পিছত নিজ গৃহ নগৰ শিৱসাগৰত উপস্থিত হয় চ'নি টিভিৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব' চুপাৰ ষ্টাৰ চিংগাৰৰ হৰ্ষিত নাথ ।

হৰ্ষিত নাথক শিৱসাগৰত বিপুল আদৰণি
author img

By

Published : Sep 19, 2019, 11:30 PM IST

শিৱসাগৰ, 19 চেপ্টেম্বৰ : চ'নি টিভিৰ জনপ্ৰিয় ৰিয়েলিটী শ্ব' চুপাৰ ষ্টাৰ চিংগাৰৰ টপ-8ত অন্তৰ্ভুক্ত হ'ল অসমৰ হৰ্ষিত নাথ ৷ গৃহ জিলা শিৱসাগৰত বিপুলভাৱে আদৰণি জনোৱা হয় প্ৰতিভাৱান শিল্পী গৰাকীক ৷ চুপাৰ ষ্টাৰ চিংগাৰত নিজৰ কণ্ঠৰ যাদুৰে হাজাৰ হাজাৰ শ্ৰোতা দর্শকৰ হিয়াৰ আমঠু হৈ পৰিল কণমানি হৰ্ষিত নাথ চ'নী টিভিত সম্প্ৰচাৰিত সংগীতানুষ্ঠানটিৰ জৰিয়তে নিজৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছে কণমানি হৰ্ষিতে ৷

হৰ্ষিত নাথক শিৱসাগৰত বিপুল আদৰণি

বৃহস্পতিবাৰে ৩ টা মাহৰ পিছত এনেদৰে নিজ গৃহ নগৰত নিজ পিতৃৰ সৈতে উপস্থিত হয় । হৰ্ষিতৰ সফলতাত উৎফুল্লিত শিৱসাগৰৰ ৰাইজে এনেদৰে কণমানি কণ্ঠ শিল্পী গৰাকীক বিপুল ভাবে আদৰণি জনায় । যাদুকৰী কণ্ঠৰ কণমানি হৰ্ষিতক চনি টিভিৰ প্ৰতিযোগিতাত বিজয়ী কৰাৰ বাবে এতিয়া অসমবাসীৰ মৰম আশীৰ্বাদৰ লগতে ভোটৰ প্ৰয়োজন ।

Intro:Body:*চ'নি টিভিৰ সংগীতানুষ্ঠানৰ চুপাৰ ষ্টাৰ চিংগাৰ শিৱসাগৰৰ কণমানি হৰ্ষিত নাথকলৈ উৎফুল্লিত শিৱসাগৰবাসী* *টপ ৮ ত অন্তৰ্ভুক্ত হোৱা হৰ্ষিতক গৃহ জিলাত বিপুল আদৰণি*

Story-HARSHIT_NATH
Ananta Smith
Sivasagar 19th SEP

A_SVR_19TH_SEP_901-804_HARSHIT_NATH_7203499

*চুপাৰ ষ্টাৰ চিংগাৰ* ত নিজৰ কণ্ঠৰে হাজাৰ হাজাৰ জন শ্ৰোতা দর্শককৰ হিয়াৰ আমঠু হৈ পৰা এটি কণমানি হৰ্ষিত নাথ।

সুঠাম স্বাস্থ্যৰ ওলমি পৰা গাল দুখনৰ সৈতে হাঁহিমুখীয়া হৰ্ষিত নাথে চ'নি টিভিত সম্প্ৰচাৰিত সংগীতানুষ্ঠানটিৰ জৰিয়তে নিজৰ এক সুকীয়া পৰিচয় গঢ়িবলৈ সক্ষম হৈছে ।

শিৱসাগৰৰ এটা দৰিদ্ৰ পৰিয়ালৰ সন্তান হৰ্ষিত বৰ্তমান এই প্ৰতিযোগিতাৰ টপ ৮ ত প্ৰৱেশ কৰিছে৷

চ'নি টিভিত সম্প্ৰচাৰ হৈ থকা প্ৰতিযোগিতাত নিজৰ যাদুকৰী কণ্ঠৰে সকলোৰে মৰম বুটলিবলৈ সক্ষম হোৱা হৰ্ষিত বিগত ৩ টা মাহৰ পিছত নিজ গৃহ নগৰত নিজ পিতৃৰ সৈতে আজি উপস্থিত হয়।

হর্ষিতৰ সফলতাত উৎফুল্লিত শিৱসাগৰৰ ৰাইজে আজি কণমানি কণ্ঠ শিল্পী গৰাকীক বিপুল ভাবে আদৰণি জনায়।

যাদুকৰী কণ্ঠৰ কণমানি হৰ্ষিতক চনি টিভিৰ প্ৰতিযোগিতাত বিজয়ী কৰাৰ বাবে এতিয়া অসমবাসী মৰম আশীৰ্বাদ আৰু ভোটৰ প্ৰয়োজন।

Bite:হৰ্ষিত/অভিভাৱকConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.