ETV Bharat / state

আমগুৰিত সন্দেহজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ - sivsagar amguri recover

শিৱসাগৰ আমগুৰিত ৰে'ল লাইনৰ কাষত ডিঙি কটা অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ৷

শিৱসাগৰ
আমগুৰিত সন্দেহজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ
author img

By

Published : Jan 16, 2020, 4:50 PM IST

আমগুৰি ১৬ জানুৱাৰীঃ শিৱসাগৰ আমগুৰিত সন্দেহজনক অৱস্থাত উদ্ধাৰ এজন যুৱকৰ মৃতদেহ ৷ আমগুৰি ৰেল জংছনৰ সমীপৰ ৰে'ল লাইনৰ কাষত উদ্ধাৰ হয় মৃতদেহটো ৷ ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে মৃতদেহটো ৷ যুৱকজন দিখৌমুখ দিছিয়াল গাঁৱৰ জিতু নেওগ বুলি জানিব পৰা গৈছে । নিশাই ৰে'লৱে আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি শিমলুগুৰিলৈ প্ৰেৰণ কৰে ।

শিৱসাগৰ
আমগুৰিত সন্দেহজনক অৱস্থাত উদ্ধাৰ যুৱকৰ মৃতদেহ

উল্লেখ্য যে,পেছাত পেইন্টাৰ হিচাপে কাম কৰা যুৱকজনে ৰে'লৰ আগত পৰি আত্মহত্যা কৰিলে নে এইয়া হত্যাকাণ্ড আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব ।

আৰু পঢ়কঃ শান্তি, সুৰক্ষা আৰু স্থিৰতাৰ বাবে ভাৰতৰ দৃঢ় আগ্ৰহ আছে

Intro:Body:আমগুৰি ১৬ জানুৱাৰী:
……………………

আমগুৰিত সন্দেহজনক অৱস্থাত যুৱকৰ মৃতদেহ উদ্ধাৰ

আমগুৰি ৰেল জংছনৰ সমীপত ৰেল লাইনৰ কাষত উদ্ধাৰ যুৱকৰ মৃতদেহ

ডিঙি কটা অৱস্থাত উদ্ধাৰ হৈছে যুৱকজনৰ মৃতদেহ

যুৱকজন দিখৌমুখ দিছিয়াল গাঁওৰ জিতু নেওগ বুলি জানিব পৰা গৈছে।

নিশাই ৰেলৱে আৰক্ষীয়ে যুৱকজনৰ মৃতদেহ উদ্ধাৰ কৰি শিমলুগুৰিলৈ প্ৰেৰণ কৰে।

পেছাত পেইন্টাৰ হিচাপে কাম কৰা যুৱকজনে ৰেলৰ আগত পৰি আত্মহত্যা কৰিলে নে এইয়া হত্যাকাণ্ড আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব।

সমীৰণ দুৱৰা আমগুৰিConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.