ETV Bharat / state

কৰ্কট ৰোগক পৰাস্ত কৰা এজন ব্যক্তিৰ প্ৰশংসনীয় পদক্ষেপ

author img

By

Published : Jan 16, 2021, 8:43 AM IST

Updated : Jan 16, 2021, 12:24 PM IST

সততে চ'ছিয়েল মিডিয়াত বিশেষভাৱে চৰ্চিত আৰু কৰ্কট ৰোগীক আৰ্থিকভাৱে সহায় কৰাৰ লগতে মানসিকভাৱে শক্তি প্ৰদান কৰি সমাজৰ কাৰণে কাম কৰি গৈছে শ্ৰীমন্ত দত্তই ।

মাৰাত্মক কৰ্কট ৰোগক পৰাস্ত কৰা এজন ব্যক্তিৰ প্ৰশংসনীয় প্ৰদক্ষেপ

আমগুৰি,১৬ জানুৱাৰী: শিৱসাগৰ জিলাৰ ঐতিহাসিক চাৰিং অঞ্চলৰ বিশেষভাৱে চৰ্চিত এজন ব্যক্তি । উল্লেখযোগ্য যে, কৰ্কট ৰোগত আক্ৰান্ত হৈ প্ৰৱল মানসিক শক্তিৰ বলত জয়ী হৈ সমাজৰ বাবে জীৱন উচৰ্গা কৰা ব্যক্তিজন হৈছে শ্ৰীমন্ত দত্ত । সততে চ'ছিয়েল মিডিয়াত বিশেষভাৱে চৰ্চিত আৰু কৰ্কট ৰোগীক আৰ্থিকভাৱে সহায় কৰাৰ লগতে মানসিকভাৱে শক্তি প্ৰদান কৰি সমাজৰ কাৰণে কাম কৰি গৈছে শ্ৰীমন্ত দত্তই ।

মাৰাত্মক কৰ্কট ৰোগক পৰাস্ত কৰা এজন ব্যক্তিৰ প্ৰশংসনীয় পদক্ষেপ

ইপিনে যাত্ৰা আৰু অনুশীলন নামেৰে সামাজিক মাধ্যম হোৱাটছ এপ আৰু ফেচবুকত গ্ৰুপ আৰু পেজ খুলি কৰ্কট ৰোগীক আৰ্থিকভাৱে সহায় কৰা শ্ৰীমন্ত দত্ত আজি বিভিন্নজনৰ বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে । ইমানতে সিমাবদ্ধ থকা নাই শ্ৰীমন্ত দত্ত ৷ সাহিত্য চৰ্চাৰ যোগেদিও বহুকেইখন গ্ৰন্থ লিখি উলিয়াইছে ।

লগতে পঢ়কঃ চি চি কেমেৰাত বন্দী ধন লুটৰ চাঞ্চল্যকৰ দৃশ্য

Last Updated : Jan 16, 2021, 12:24 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.