ETV Bharat / state

সোণাৰিত অস্ত্ৰসহ ধৃত দুই নগা যুৱক

দুজন নগা যুৱকৰ পৰা এটা প‌ইন্ট ২২ পিষ্টল,এটা হস্তনিৰ্মিত পিষ্টল ,মেগজিন,তিনি জাঁই সজীৱ গুলী উদ্ধাৰ ৷ AS04 H 4110 নম্বৰৰ পালচাৰ বাইকত আহিছিল যুৱক দুজন ৷

সোণাৰিত অস্ত্ৰসহ ধৃত দুই নগা যুৱক
author img

By

Published : Jul 11, 2019, 9:00 PM IST

  • সোণাৰিৰ টিয়কঘাটত সেনা-আৰক্ষীৰ তালাচী
  • দুজন নগা যুৱকৰ পৰা এটা প‌ইন্ট ২২ পিষ্টল,এটা হস্তনিৰ্মিত পিষ্টল ,মেগজিন,তিনি জাঁই সজীৱ গুলী উদ্ধাৰ
  • AS04 H 4110 নম্বৰৰ পালচাৰ বাইকত আহিছিল যুৱক দুজন
  • ধৃত যুৱক দুজন ক্ৰমে য়াংৱান কন্যাক আৰু জন কন্যাক
  • যুৱক দুজন নগা উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত থকাৰ সন্দেহ আৰক্ষীৰ
  • দুয়োকে সোণাৰি থানাত মাৰাথন জেৰা চলাইছে আৰক্ষীয়ে

BREAKING NEWS:

সোণাৰিৰ টিয়কঘাটত সেনা আৰক্ষীৰ তালাচি

 তালাচিৰ সময়ত AS04 H 4110 নম্বৰৰ পালচাৰ বাইকত অহা দুজন নগা যুৱকৰ পৰা এটা প‌ইন্ট ২২ পিষ্টল,এটা হস্ত নিৰ্মিত পিষ্টল ,মেগজিন,তিনি ৰাউণ্ড সজীৱ গুলী,এটা মোৱাইল ফোন উদ্ধাৰ কৰে সেনা-আৰক্ষীয়ে৷

যুৱক দুজন নগা উগ্ৰপন্থী সংগঠনৰ সৈতে জড়িত থকাৰ সন্দেহ আৰক্ষীৰ

ধৃত যুৱক দুজন ক্ৰমে য়াংৱান কন্যাক আৰু জন কন্যাক 

দুয়োকে সোণাৰি থানাত মাৰাথন জেৰা অব্যাহত আৰক্ষীৰ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.