ETV Bharat / state

দেশী বিদেশী পক্ষীৰ কাকলিত মুখৰিত পশুগড়

জিলা প্ৰশাসনৰ উদ্যোগত পশুগড়ত পক্ষী নিৰীক্ষণ শিবিৰ ৷ শিৱসাগৰত পক্ষী হত্যা নিষিদ্ধ ৷ সষ্টম শিৱসাগৰ আৰক্ষী ৷

sibsagar
দেশী বিদেশী পক্ষীৰ কাকলিত মুখৰিত পশুগড়
author img

By

Published : Nov 28, 2019, 10:18 PM IST

শিৱসাগৰ , 28 নৱেম্বৰঃ আহোমৰ দিনৰ প্ৰাকৃতিক চিৰিয়াখানা ৰূপে পৰিচিত শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰৰ পশুগঢ়ত পক্ষী নিৰীক্ষণ শিবিৰ অনুষ্ঠিত কৰা হৈছে ৷ শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী অনুষ্ঠান 'আৰণ্যক'ৰ সহযোগত আয়োজন কৰা এই শিবিৰত ছাত্ৰ ছাত্ৰী আৰু টুৰিষ্ট গাইড সকলক পক্ষী নিৰীক্ষণৰ বিভিন্ন কৌশল শিকোৱা হয় ৷

দেশী বিদেশী পক্ষীৰ কাকলিত মুখৰিত পশুগড়

উল্লেখ্য যে শিৱসাগৰ জিলাক এক আদৰ্শ পৰ্যটন নগৰী কৰাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰা চ'লফুল শিৱসাগৰ আঁচনিৰ অধীনত এই শিবিৰ পৰিচালনা কৰা হয় ৷ এই শিবিৰত সমল ব্যক্তি ৰূপে ডঃ বিভূতি প্ৰসাদ লহকৰ, অৰিফ হুছেইন আৰু অবিদূৰ ৰহমানে অংশগ্ৰহণ কৰে ৷ লগতে এই শিবিৰত জিলা উপায়ুক্ত ডঃ এম এছ লক্ষ্মীপ্ৰিয়া, জনসংযোগ বিষয়া চৈয়দা হাসনাহানা আদিকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলেও অংশগ্ৰহণ কৰে ৷ইপিনে জিলা খনলৈ অহা দেশী বিদেশী পক্ষী কুলৰ নিৰাপত্তাৰ বাবে শিৱসাগৰ জিলাৰ আৰক্ষী বিভাগে দুটা বিশেষ ফোন নম্বৰ মুকলি কৰিছে ৷ কোনো দুৰ্বৃত্তই পক্ষী হত্যা কৰাৰ অভিযোগ থাকিলে ৰাইজে আৰক্ষীৰ 9435729014 অথবা 9435500597 নম্বৰত ফোন কৰি অভিযোগ দিব পাৰিব । খবৰ দিওঁতাৰ পৰিচয় গোপন কৰি ৰখা হ'ব বুলিও আৰক্ষীয়ে জনাইছে ৷

লগতে পঢ়ক - ধাৰাবাহিক শিকনেই প্ৰকৃত শিক্ষা

Intro:Body:দেশী বিদেশী পক্ষীৰ কাকলিত মুখৰিত পহুগড়।।জিলা প্ৰশাসনৰ উদ্যোগত পক্ষী নিৰীক্ষণ শিবিৰ।।পক্ষী হত্যা নিষিদ্ধ-সষ্টম শিৱসাগৰ আৰক্ষী।
Story-BIRD_WATCHING
Ananta Smith
Sivasagar
28th November

#আহোমৰ দিনৰ প্ৰাকৃতিক চিৰিয়াখানা ৰূপে পৰিচিত শিৱসাগৰ নগৰৰ সমীপৰ জয়সাগৰৰ পশুগঢ়ত পক্ষী নিৰীক্ষণ শিবিৰ।।

#শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু স্বেচ্ছাসেৱী অনুষ্ঠান "অৰণ্যক"ৰ সহযোগত আয়োজন কৰা এই শিবিৰত ছাত্ৰ ছাত্ৰী আৰু টুৰিষ্ট গাইড সকলক পক্ষী নিৰীক্ষণৰ বিভিন্ন কৌশল শিকোৱা হয়।

#শিৱসাগৰ জিলাক এক আদৰ্শ পৰ্যটন নগৰী কৰাৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে গ্ৰহণ কৰা soulful sivasagar আঁচনিৰ অধীনত এই শিবিৰ পৰিচালনা কৰা হয়।

#শিবিৰত সমল ব্যক্তি ৰূপে ডঃ বিভূতি প্ৰসাদ লহকৰ,অৰিফ হুছেইন,অবিদূৰ ৰহমানে অংশগ্ৰহণ কৰে।

#শিবিৰত জিলা উপায়ুক্ত ডঃ এম এছ লক্ষ্মীপ্ৰিয়া,জনসংযোগ বিষয়া চৈয়দা হাসনাহানা আদিকে ধৰি জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলেও অংশগ্ৰহণ কৰে।

#জিলা খনলৈ অহা দেশী বিদেশী পক্ষী কুলৰ নিৰাপত্তাৰ বাবে শিৱসাগৰ জিলাৰ আৰক্ষী বিভাগে দুটা বিশেষ ফোন নাম্বাৰ মুকলি কৰিছে। কোনো দুৰ্বৃত্তই পক্ষী হত্যা কৰাৰ অভিযোগ থাকিলে ৰাইজে আৰক্ষীৰ 9435729014 অথবা 9435500597 নাম্বাৰত ফোন কৰি অভিযোগ দিব পাৰিব।খবৰ দিওঁতাৰ পৰিচয় গোপন কৰি ৰখা হব বুলি আৰক্ষীয়ে জনাইছে।

Bite:আয়োজকConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.