শিৱসাগৰ, 14 এপ্ৰিলঃ আজি পহিলা ব'হাগ। আৰম্ভ হ'ল অসমীয়া নৱবৰ্ষ। কিন্তু এইবাৰ যেন কৃষিজীৱি অসমীয়াৰ মাজত নাই ৰঙালীৰ উছাহ। সকলো ঘৰতে আৱদ্ধ । কিন্তু ইয়াৰ মাজতো ডিমৌত কেইগৰাকীমান বিহুৱা-বিহুৱতীয়ে সামাজিক দূৰত্ব বজাই ৰাখি গছৰ তলত বিহু নাচা পৰিলক্ষিত হয় । সময়ৰ সোঁতত এসময়ৰ গছতলৰ বিহু মঞ্চত উঠিছিল । বিহু আৱদ্ধ হৈ পৰিছিল কৃত্ৰিম মঞ্চত । কিন্তু প্ৰকৃতিয়ে যেন পুনৰ পুৰণি সময়লৈ উভতাই নিব বিচাৰিছে পৰম্পৰা-সংস্কৃতিক ৷
লক্ ডাউনৰ মাজতে গছৰ তলত বিহু জুৰিলে ডেকা-গাভৰুৱে - লক্ ডাউনৰ মাজতো ডিমৌত গছৰ তলত বিহ পৰিৱেশন যুৱক-যুৱতীৰ
সময়ৰ সোঁতত এসময়ৰ গছতলৰ বিহু মঞ্চত উঠিছিল । বিহু আৱদ্ধ হৈ পৰিছিল কৃত্ৰিম মঞ্চত ।

গছতলৰ বিহু