ETV Bharat / state

ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গণ সত্যাগ্ৰহ - ASSAM CAA PROTEST

ৰাজ্যত অব্যাহত আছে নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন ৷ মঙলবাৰে শিৱসাগৰ,নাজিৰা,পশ্চিম গুৱাহাটী,কোকৰাঝাৰ আৰু ধুবুৰীত বিতৰ্কিত আইনখনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনৰ লগতে সাধাৰণ জনতাই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷

ASSAM CAA PROTEST
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গণ সত্যাগ্ৰহ
author img

By

Published : Dec 18, 2019, 12:05 AM IST

নাজিৰা, ১৭ ডিচেম্বৰ- জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য ৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত নাজিৰাৰ বিভিন্ন স্থানত সাব্যস্ত হৈছে প্ৰতিবাদ ৷ ছাত্ৰ সংগঠন, সাধাৰণ জনতাৰ লগতে উলাই আহিছে বিশিষ্ট ব্যক্তি আৰু শিল্পী সমাজ ৷ বিপ্লৱী গীত গাই প্ৰতিবাদ সাব্যস্ত কৰিছে শিল্পী সকলে ৷ নাজিৰা নাট্য মন্দিৰ প্ৰাংগনত ছাত্ৰ সন্থাৰ লগতে নাজিৰা যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত আয়োজিত গণ হত্যাগ্ৰহ আৰু প্ৰতিবাদী সভাত হাজাৰ হাজাৰ সাধাৰণ জনতাই অংশগ্ৰহণ কৰে ৷ ইয়াৰ উপৰিও হাঁহচৰা , বকতা নঙলামৰা আদি ঠাইত সাধাৰণ জনতা, দল সংগঠনৰ সদস্য,বিদ্যালয়,মহাবিদ্যালয়ৰ শিক্ষক সমাজৰ লগতে শিল্পী সমাজে গীত গাই প্ৰতিবাদ সাব্যস্ত কৰে ।

ASSAM CAA PROTEST
নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাত ধুবুৰীত 4 ঘন্টিয়া অনশন কাৰ্য্যসূচী আমছুৰ
কোকৰাঝাৰ: নাগৰিক সংশোধনী আন্দোলনৰ প্ৰভাৱ বিটিএডিত বিশেষ নহ'লেও বিটিএডিৰ প্ৰান্তে প্ৰান্তে বিভিন্ন দল সংগঠনৰ প্ৰতিবাদ অব্যাহত আছে। আজি নাগৰিকত্ব সংশোধনী আইন বিৰোধীৰে সদৌ অসম সংখ্যালঘু ছাত্ৰ সন্থা চমুকৈ আমছুৰ কোকৰাঝাৰ জিলা নেতৃত্বত চাৰি ঘণ্টা অনশন কাৰ্যসূচী ৰূপায়ণ কৰে। কোকৰাঝাৰ শিশু উদ্যানত ৰাতিপুৱা 10 বজাৰপৰা দুপৰীয়া 2 বজালৈ ৰূপায়ণ কৰা অনশনত বহু সংখ্যক ছাত্ৰ নেতায়ে অংশগ্ৰহণ কৰে।
ৰাজ্যৰ প্ৰান্তে প্ৰান্তে গণ সত্যাগ্ৰহ
শিৱসাগৰ: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত শিৱসাগৰত আজিও অব্যাহত আছে প্ৰতিবাদী কাৰ্যসূচী । অসমীয়া জাতি, ভাষা, সংস্কৃতি, ঐতিহ্য ধব্বংসীকাৰী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতা কৰি আজি পুনৰ উত্তাল হৈ পৰে শিৱসাগৰ নগৰ । সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীৰ আহ্বানত নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা ওলোৱা এই প্ৰতিবাদী কাৰ্যসূচীত ৰাইজে স্বত:ফুৰ্তভাৱে অংশগ্ৰহণ কৰে । আনহাতে নগৰৰ মাজমজিয়াৰ মন্দিৰ ৰ'ডত শিৱসাগৰবাসী সমূহ ধর্মপ্ৰাণ ৰাইজ একত্ৰিত হৈ দিহানামৰ সুৰেৰে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰে । অসম আৰু অসমীয়াৰ অস্তিত্বৰ সংকটৰ সময়ত সকলো ধৰ্মাৱলম্বী ৰাইজ সংগবদ্ধ হৈ শান্তিপূর্ণ আৰু শৃংখলাবদ্ধভাৱে নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাত থিয় হ'ব বুলি মত প্ৰকাশ কৰে । ইফালে শিৱসাগৰৰ সমূহ চিকিৎসক আৰু চিকিৎসা কৰ্মী লগতে চি আৰ অ' সহযোগত হাতত প্লে কার্ড লৈ নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত এক প্ৰতিবাদী সমদল উলিয়াই । উক্ত সমদলটো নগৰৰ দ'লমুখ চাৰিআলিৰ খেমকা দয়ালৰ পৰা এ টি ৰ'ড হৈ বৰ্ডিং ৰ'ড অৱস্থান লৈ এই ক'লা আইনখনৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে । চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ লগতে কেন্দ্ৰীয় প্ৰতিনিধি দলৰ প্ৰায় শতাধিক চিকিৎসা কৰ্মীয়ে অংশগ্ৰহণ কৰে উক্ত প্ৰতিবাদী কাৰ্যসূচীত ।

পশ্চিম গুৱাহাটী: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত পশ্চিম গুৱাহাটী সমষ্টিত অব্যাহত আছে প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত মঙলবাৰে বৰঝাৰ বিমানবন্দৰলৈ যোৱা মূল পথৰ দাঁতিত ৰাণী ব্লক কংগ্ৰেছৰৰ উদ্যোগত অনুষ্ঠিত হোৱা প্ৰতিবাদী সভাত চৰকাৰ বিৰোধী বিভিন্ন শ্ল'গানেৰে সমগ্ৰ অঞ্চল উত্তাল কৰি তোলে। যেতিয়ালৈকে চৰকাৰে এই জাতিধ্বংসী বিধায়ক বাতিল নকৰে তেতিয়ালৈকে এই প্ৰতিবাদ অব্যাহত থাকিব বুলি মন্তব্য কৰে প্ৰতিবাদকাৰী সকলে ।

ধুবুৰী: নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাত ধুবুৰীত 4 ঘন্টিয়া অনশন কাৰ্যাসূচী আমছুৰ। জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধীতাত আজি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত চাৰি ঘন্টীয়া প্ৰতিবাদী অনশন কাৰ্যসূচী ৰূপায়ণ কৰে ধুবুৰী জিলা আমছুৱে। এই কাৰ্যসূচীৰ জৰিয়তে বিতৰ্কিত আইন খন বাতিলৰ দাবী উত্থাপন কৰে আমছুৱে ।

Intro:Body:NABUL KONWAR
DATE- 17/12/2019
NAZIRA. ASSAM.

নাজিৰা, ১৭ ডিচেম্বৰ- জাতিধ্বংসী নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত প্ৰতিবাদমুখৰ হৈ পৰিছে সমগ্ৰ ৰাজ্য৷ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে নাগৰিকত্ব সংশোধনী আইন (CAA) বাতিলৰ দাবীত নাজিৰাৰ বিভিন্ন স্থানত সাব্যস্ত হৈছে প্ৰতিবাদ৷ ছাত্ৰ সংগঠন, সাধাৰণ জনতাৰ লগতে উলাই আহিছে বিশিষ্ট ব্যক্তি আৰু শিল্পী সমাজ৷ গীত গাই প্ৰতিবাদ সব্যস্ত কৰিছে শিল্পী সকলেে ৷নাজিৰা নাট্য মন্দিৰ প্ৰঙ্গনত ছাত্ৰ সন্থাৰ লগতে নাজিৰা যৌথ সংগ্ৰামী মঞ্চৰ উদ্যোগত আয়োজিত গণ হত্যাগ্ৰহ আৰু প্ৰতিবাদী সভাত হাজাৰ হাজাৰ সাধাৰণ জনতাই অংশগ্ৰহণ কৰে ৷ নাজিৰা নাট্যমন্দিৰ প্ৰঙ্গনত সমবেত হৈ জয় আই অসম ধ্বনী দিয়াৰ লগতে নাগৰিকত্ব সংশোধনী আইন বিৰোধী শ্লগান দি আকাশ বতাহ কপাই তোলে৷ ইয়াৰ উপৰিও হাঁহচৰা , বকতা নঙলামৰা আদি ঠাইত সাধৰণ জনতা, দল সংগঠনৰ সদস্য , বিদ্যালয়, মহাবিদ্যালয়ৰ শিক্ষক সমাজৰ লগতে শিল্পী সমাজে গীত গাই প্ৰতিবাদ সাব্যস্ত কৰে।Conclusion:

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.