আমগুৰি ২১ মাৰ্চ:আমেৰিকা ভ্ৰমণৰপৰা অহাৰ পিছতে ক'ৰণাক লৈ বিশেষ মন্তব্য আৰু সতৰ্কতা অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উপ-সভানেত্ৰী অংকিতা দত্তৰ ৷যোৱা নিশা দিল্লীত উপস্থিত হৈয়ে অংকিতা দত্তই ভাৰত চৰকাৰৰ ক'ৰনাৰ সজাগতাৰ প্ৰতি বিশেষ সমৰ্থন আগবঢ়ায়। আনহাতে আমেৰিকাৰ জীৱন যাত্ৰাৰ ভয়াবহ পৰিস্থিতিৰ কথা বৰ্ণনা কৰাৰ লগতে ১৪ দিনৰ বাবে নিজকে আনৰ পৰা আঁতৰাই ৰখাৰ সিদ্ধান্ত লয়।নিজৰ লগতে সকলোৰে ভালৰ কাৰণে এই সিদ্ধান্ত লোৱা বুলি জানিবলৈ দিয়ে।
অংকিতা দত্তৰ ক'ৰণাক লৈ বিশেষ মন্তৱ্য
অংকিতা দত্তই ভাৰত চৰকাৰৰ ক'ৰনাৰ সজাগতাৰ প্ৰতি বিশেষ সমৰ্থন আগবঢ়ায় ৷ 14 দিনে আমেৰিকাত কেনেদৰে কটাইছিল তাৰ বিষয় অৱগত কৰছে ৰাইজক ৷ কেনেদৰে ৰক্ষা পাব পাৰি এই মহামাৰী পৰা পৰিস্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিলে ৷