ETV Bharat / state

আমগুৰিত ভোগালী মেলাঃ পৰম্পৰাগত খাদ্যৰ সমাহাৰ - ;আমগুৰিত ভোগালী মেলাঃ পৰম্পৰাগত খাদ্যৰ সমাহাৰ

ৰাজ্যজুৰি ভোগালীৰ ব্যাপক প্ৰস্তুতি ৷ বিভিন্ন প্ৰান্তত ইতমিধ্য অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰৰ বজাৰ দেখা গৈছে ৷ শিৱসাগৰ জিলাতো দেখা গৈছে ভোগালী মেলা ৷ ব্যাপক ভিৰ পৰিলক্ষিত হৈছে ভোগালী মেলা সমূহত ৷

আমগুৰিত ভোগালী মেলাঃ পৰম্পৰাগত খাদ্যৰ সমাহাৰ

author img

By

Published : Jan 12, 2021, 1:18 PM IST

আমগুৰি, ১২ জানুৱাৰী: আমগুৰিত সদৌ অসম মহিলা সমিতিৰ উদ্যোগত আৰু শিৱসাগৰ জিলা মহিলা সমিতিৰ সহযোগত থলুৱা অসমীয়া পৰম্পৰাগত খাদ্য সম্ভাৰৰ বিপণী মুকলি।

আমগুৰিত ভোগালী মেলাঃ পৰম্পৰাগত খাদ্যৰ সমাহাৰ
মালভোগ চিৰা,কণ জহা চাউল,তিল পিঠা,নাৰিকল পিঠা,তিলৰ লাৰু,নাৰিকল লাৰু,তেল পিঠা,সান্দহ,বৰা চাউল,উখুৱা চাউল,ইতলি পিঠা,জহা চাউল, চেং পিঠা, ফিচকাৰী পিঠা,মালপুৱা ইত্যাদি বিভিন্ন থলুৱা খাদ্য-সম্ভাৰে গ্ৰাহকক আকৰ্ষিত কৰিছে। আমগুৰি নগৰৰ চাৰিআলি সমীপত ভোগালী বিহু উপলক্ষে দিখৌমুখৰপৰা সংগ্ৰহ কৰা মহিলা সমিতিয়ে থলুৱা খাদ্য বিক্ৰী কৰি লাভাৱাম্বিত হৈছে।

লগতে চাওকঃ ভোগালীৰ প্ৰস্তুতিত ব‍্যস্ত বিধায়ক মৃণাল শইকীয়া

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.