ETV Bharat / state

আমগুৰি অগপৰ বিশাল কৰ্মী সমাৰোহ

author img

By

Published : Mar 16, 2020, 5:06 AM IST

ৰাজনৈতিক দলসমূহে নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰাৰ সমান্তৰালভাৱে আঞ্চলিক দল অসম গণ পৰিষদো সাজু আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৷ দেওবাৰে আমগুৰিৰ পৰা নিৰ্বাচনী ৰণডংকা বজালে আঞ্চলিক দলটোৱে ৷

অগপৰ বিশাল কৰ্মী সমাৰোহ
অগপৰ বিশাল কৰ্মী সমাৰোহ

আমগুৰি, 15 মাৰ্চঃ সমাগত 2021 চনৰ নিৰ্বাচন ৷ আন আন ৰাজনৈতিক দলসমূহে নিৰ্বাচনী কুচ-কাৱাজ আৰম্ভ কৰাৰ সমান্তৰালভাৱে আঞ্চলিক দল অসম গণ পৰিষদো সাজু আগন্তুক বিধানসভা নিৰ্বাচনৰ বাবে ৷ দেওবাৰে অসম গণ পৰিষদৰ উজনি অসমৰ দুৰ্গ স্বৰূপ আমগুৰিৰ পৰা নিৰ্বাচনী ৰণডংকা বজালে আঞ্চলিক দলটোৱে ৷ আমগুৰিৰ ৩৭ নং আৰু ৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সংযোগস্থল জাঁজীত অসম গণ পৰিষদৰ আমগুৰি সমষ্টিৰ উদ্যোগত অনুষ্ঠিত হয় এখন বিশাল কৰ্মী সমাৰোহ ৷ প্ৰখৰ ৰ'দকো নেওচি হাজাৰ হাজাৰ দলীয় কৰ্মী, সমৰ্থকৰ উপস্থিতিত অনুষ্ঠিত এই দলীয় সমাৰোহত দলটোৰ সভাপতি অতুল বৰা, উপ-সভাপতি কেশৱ মহন্ত, টিয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱা, স্থানীয় বিধায়ক প্ৰদীপ হাজৰিকাৰ লগতে দলটোৰ কেইবাগৰাকীও নেতা, কৰ্মী উপস্থিত থাকে ৷

আমগুৰি অগপৰ বিশাল কৰ্মী সমাৰোহ

লগতে পঢ়কঃ দৰঙৰ ঐতিহ্যমণ্ডিত খটৰা সত্ৰ পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.