ETV Bharat / state

শিৱসাগৰ হালোৱাটিঙত দুৰ্ঘটনাত থিতাতে নিহত এজন - accident at sivsagar amguri

শিৱসাগৰ হালোৱাটিঙত দুৰ্ঘটনা ৷ থিতাতে নিহত আমগুৰিৰ সতীশ পাল নামৰ ব্যক্তি গৰাকীৰ

শিৱসাগৰ
শিৱসাগৰ হালোৱাটিঙত দুৰ্ঘটনা, থিতাতে নিহত 1
author img

By

Published : Jan 18, 2020, 11:43 PM IST

আমগুৰি ১৮ জানুৱাৰীঃ শিৱসাগৰ জিলাৰ হালোৱাটিঙত শোকাৱহ পথ দুৰ্ঘটনা ৷ শনিবাৰে নিশা অচিনাক্ত বাহনৰ খুন্দাত নিহত হয় এজন লোক ৷ নিহত লোকজনৰ নাম সতীশ পাল বুলি চিনাক্ত কৰা হৈছে ৷ হালোৱাটিং মাধৱ নগৰৰ নিবাসী সতীশ পালে আমগুৰি চাহ বাগিচাৰ পৰা চাইকেলেৰে ঘৰলৈ উভতি গৈ থকা অৱস্থাতে অচিনাক্ত বাহনে খুন্দা মৰাৰ ফলত থিতাতে নিহত হয় ৷

শিৱসাগৰ
শিৱসাগৰ হালোৱাটিঙত দুৰ্ঘটনা, থিতাতে নিহত 1

উল্লেখ্য যে, এই দুৰ্ঘটনাত মগজু আৰু ভৰিত গুৰুতৰভাৱে আঘাত পোৱা বাবেই অকাল মৃত্যুক সাৱটি লয় সতীশ পালে ৷

আৰু পঢ়কঃ ধাৰাপুৰত 'গণ হুংকাৰ' কাৰ্যসূচী

Intro:Body:আমগুৰি ১৮ জানুৱাৰী
………………………………

শিৱসাগৰ জিলাৰ হালোৱাটিংত নিশা অচিনাক্ত বাহনৰ খুন্দাত নিহত এজন

নিহত ব্যক্তিজনৰ নাম সতীশ পাল (৭০)

হালোৱাটিং মাধৱ নগৰৰ নিবাসী সতীশ পালে আমগুৰি চাহ বাগিচাৰ পৰা চাইকেলেৰে ঘৰলৈ আহি থকা অৱস্থাতে অচিনাক্ত বাহনে খুন্দিওৱাৰ ফলতে ঠিতাতে মৃত্যুক সাৱটি লয়

মগজু আৰু দুই ভৰিত জখম হৈ মৃত্যুক সাৱটি লোৱা ব্যক্তিজনক পিছত হালোৱাটিং আৰক্ষীয়ে উদ্ধাৰ কৰি পৰিয়ালক চমজাই দিয়ে।

সমীৰণ দুৱৰা আমগুৰিConclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.