ETV Bharat / state

গুৰুজনাৰ সৃষ্টিৰাজী সংৰক্ষণৰ অহোপুৰুষাৰ্থ চেষ্টা আমগুৰিৰ খনিকৰ দম্পতিৰ - শংকৰদেৱৰ অমূল্য সৃষ্টি নামঘৰ

বুৰঞ্জী প্ৰসিদ্ধ চাৰিংত অৱস্থিত চাৰিং অগ্নিবড় খনিকৰ গাঁৱৰ পবন খনিকৰ আৰু পত্নী নৱনীতা খনিকৰে তেওঁলোকৰ খনিকৰী বিদ্যা ধৰি ৰাখি সফলতা লাভ কৰাৰ লগতে নিজেও স্বাৱলম্বী হোৱাৰ পথৰ সন্ধান পাইছে ৷ ২০০২ চনৰ পৰা প্ৰায় বছৰে নিৰলস ভাৱে এই দম্পত্তীয়ে খনিকৰী বিদ্যাত ব্ৰতী হৈ আছে ৷ পৱন খনিকৰৰ সৃষ্টিৰাজীৰ বিশেষত্ব এইয়ে যে তেওঁ যি বিলাক আসন বা অন্যান্য সামগ্ৰী তৈয়াৰ কৰে, সেই সকলোবোৰতে হেঙুল আৰু হাঁইতাল ৰং ব্যৱহাৰ কৰি আহিছে ৷ যিবোৰৰ বজাৰ মূল্য বতমান প্ৰতি কেজিত 25 হাজাৰৰ পৰা 30 হাজাৰ টকা পৰ্যন্ত ৷

আমগুৰি
author img

By

Published : Aug 9, 2019, 11:18 PM IST

শিৱসাগৰ, 9 আগষ্টঃ মহাপুৰুষ শংকৰদেৱৰ অমূল্য সৃষ্টি নামঘৰ । ধৰ্মীয় সাধনাৰ একমাত্ৰ স্থল নামঘৰৰ এক অপৰিহাস্য অংশ সিংহাসন, গৰুড়াসন, কৰণী, ঠগা আদি । নামঘৰতেই শংকৰ-মাধৱে সিংহাসন প্ৰতিষ্ঠা কৰি মানুহৰ অন্তৰত ধৰ্মীয় ভাৱ জাগ্ৰত কৰি অপকৰ্ম দূৰ কৰাৰ লগতে সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছিল । উল্লেখ্য যে, যি সময়ত গুৰুজনাৰ সৃষ্টিৰাজী সংৰক্ষণৰ ক্ষেত্ৰত চূড়ান্ত ভাৱে ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে , ঠিক সেই সময়তে শিৱসাগৰ জিলাৰ চাৰিং অগ্নিবড় খনিকৰ গাঁৱৰ এটা দম্পতীয়ে গুৰুজনাৰ সৃষ্টি সিংহাসন, গৰুড়াসন, কৰণী, ঠগা ইত্যাদি অতি সুন্দৰ ভাৱে নিৰ্মাণ কৰি গুৰুজনাৰ সৃষ্টিৰাজী ধৰি ৰাখিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে ৷

গুৰুজনাৰ সৃষ্টিৰাজী সংৰক্ষণ

বুৰঞ্জী প্ৰসিদ্ধ চাৰিংত অৱস্থিত চাৰিং অগ্নিবড় খনিকৰ গাঁৱৰ পবন খনিকৰ আৰু পত্নী নৱনীতা খনিকৰে তেওঁলোকৰ খনিকৰী বিদ্যা ধৰি ৰাখি সফলতা লাভ কৰাৰ লগতে নিজেও স্বাৱলম্বী হোৱাৰ পথৰ সন্ধান পাইছে ৷ ২০০২ চনৰ পৰা প্ৰায় বছৰে নিৰলস ভাৱে এই দম্পত্তীয়ে খনিকৰী বিদ্যাত ব্ৰতী হৈ আছে ৷ পৱন খনিকৰৰ সৃষ্টিৰাজীৰ বিশেষত্ব এইয়ে যে তেওঁ যি বিলাক আসন বা অন্যান্য সামগ্ৰী তৈয়াৰ কৰে, সেই সকলোবোৰতে হেঙুল আৰু হাঁইতাল ৰং ব্যৱহাৰ কৰি আহিছে ৷ যিবোৰৰ বজাৰ মূল্য বতমান প্ৰতি কেজিত 25 হাজাৰৰ পৰা 30 হাজাৰ টকা পৰ্যন্ত ৷

খনিকৰ দম্পত্তীয়ে বহু যুৱকক এই বিদ্যাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে যদিও আৰ্থিক অক্ষমতাৰ বাবে থমকি ৰ'ব লগা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰৰ নামঘৰলৈ আসনকে ধৰি শংকৰী কৃষ্টিৰ অন্তৰ্গত মূল্যবান সামগ্ৰী যোগান ধৰা পৱন খনিকৰৰ পৰিয়ালটো সমাজৰ কাৰণে আদৰ্শস্বৰূপ ।

Intro:Body:Samiran Duarah
Amguri Story
9/8/19

মহাপুৰুষ শংকৰদেৱৰ অমূল্য সৃষ্টি নামঘৰ। নামঘৰতেই শংকৰ-মাধৱে "এক দেৱ, এক সেৱ, একত বিনে নাই কেৱ" বাণীৰে ধৰ্মীয় সংস্কাৰেৰে একতাৰ ডোলেৰে বান্ধি ৰাখিছিল। ধৰ্মীয় সাধনাৰ একমাত্ৰ স্থল নামঘৰে সকলোকে শান্তিৰ বাণী বিলাইছিল।

এই নামঘৰৰে এক অপৰিহাস্য হ'ল সিংহাসন, গৰুড়াসন, কৰণী, ঠগা আদি। নামঘৰতেই শংকৰ-মাধৱে সিংহাসন প্ৰতিষ্ঠা কৰি মানুহৰ অন্তৰত ধৰ্মীয় ভাৱ জাগ্ৰত কৰি অপকৰ্ম দূৰ কৰাৰ লগতে সকলোকে একতাৰ ডোলেৰে বান্ধি ৰাখিবলৈ সক্ষম হৈছিল।

উল্লেখ্য যে, যি সময়ত গুৰুজনাৰ সৃষ্টিৰাজী সংৰক্ষণৰ ক্ষেত্রত চূড়ান্ত ভাৱে ৰাজ্য চৰকাৰ ব্যৰ্থ হৈছে , ঠিক সেই সময়তে শিৱসাগৰ জিলাৰ চাৰিং অগ্নিবড় খনিকৰ গাঁৱৰ এহাল দম্পতীয়ে গুৰুজনাৰ সৃষ্টি সিংহাসন, গৰুড়াসন, কৰণী, ঠগা ইত্যাদি অতি সুন্দৰ ভাৱে নিৰ্মাণ কৰি গুৰুজনাৰ সৃষ্টিৰাজী ধৰি ৰাখিবলৈ অহোপুৰুষাৰ্থ চেষ্টা কৰি আহিছে ৷

বুৰঞ্জী প্ৰসিদ্ধ চাৰিংত অৱস্থিত চাৰিং অগ্নিবড় খনিকৰ গাঁৱৰ পবন খনিকৰ আৰু পত্নী নৱনীতা খনিকৰে তেওঁলোকৰ খনিকৰী বিদ্যা ধৰি ৰাখি সফলতা লাভ কৰাৰ লগতে নিজেও স্বাৱলম্বী হোৱাৰ পথৰ সন্ধান পাইছে ৷ ২০০২ চনৰ পৰা প্ৰায় বছৰে নিৰলস ভাৱে এই দম্পত্তীয়ে খনিকৰী বিদ্যাত ব্ৰতী হৈ আছে ৷ পৱন খনিকৰৰ সৃষ্টিৰাজীৰ বিশেষত্ব এইয়ে যে তেওঁ যি বিলাক আসন বা অন্যান্য সামগ্ৰী তৈয়াৰ কৰে, সেই সকলোবোৰতে হেঙুল আৰু হাঁইতাল ৰং ব্যৱহাৰ কৰি আহিছে ৷ যিবোৰৰ বজাৰ মূল্য বতমান প্ৰতি কেজিত 25 হাজাৰৰ পৰা 30 হাজাৰ টকা পৰ্যন্ত ৷

খনিকৰ দম্পত্তীয়ে বহু যুৱকক এই বিদ্যাৰ প্ৰশিক্ষণ প্ৰদান কৰিছে যদিও আৰ্থিক অক্ষমতাৰ বাবে থমকি ৰ'ব লগা হৈছে। অসমৰ বিভিন্ন প্ৰান্তৰৰ নামঘৰলৈ আসনকে ধৰি শংকৰী কৃষ্টিৰ অন্তৰ্গত মূল্যবান সামগ্ৰী যোগান ধৰা পৱন খনিকৰৰ পৰিয়ালটো সমাজৰ কাৰণে আদৰ্শস্বৰূপ।

অসম চৰকাৰৰ সাংস্কৃতিক বিভাগে এনে ধৰণৰ শিল্পীক যদি বিচাৰি উলিয়াই উপযুক্ত ভাৱে সন্মান প্ৰদান কৰি নবীন শিল্পী সকলক আধ্যাত্মিক চিন্তা চেতনাৰ উন্মেষ ঘটোৱাৰ প্ৰচেষ্টা কৰে তেন্তে শংকৰদেৱৰ সৃষ্টিৰাজিয়ে উচিত সন্মান লাভ কৰিব আৰু নৱ প্ৰজন্ম আগবাঢ়ি আহিব।

গুৰুজনাৰ অমৰ সৃষ্টিৰাজী সংৰক্ষণ আৰু প্ৰচাৰ প্ৰসাৰৰ ব্যৱস্থা কৰিলে নিবনুৱা সমস্যা সমাধানৰ ক্ষেত্রত কিঞ্চিত হলেও অৰিহণা যোগাব বুলি নিশ্চিত ভাৱে কব পাৰি ৷

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ই টিভি ভাৰত অসম।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.