ETV Bharat / state

বানে থানবান কৰি গ'ল কৃষকৰ সপোন - কৃষিভূমি

আমগুৰি ৰূপহীমুখত ব্ৰহ্মপুত্ৰৰ বানে কৃষিভূমিৰ লগতে কঠীয়াতলি পলসেৰে পুঁতি পেলোৱাত মূৰে-কঁপালে হাত দিছে কৃষকে ৷

বানে থানবান কৰি গ'ল কৃষকৰ সপোন
author img

By

Published : Jul 19, 2019, 10:49 AM IST

শিৱসাগৰ, ১৯ জুলাইঃ শিৱসাগৰ জিলাৰ আমগুৰি ৰূপহীমুখত ব্ৰহ্মপুত্ৰৰ বানে থানবান কৰি গ'ল কৃষকৰ সপোন । বানৰ বালিয়ে ঢাকি পেলালে কৃষকৰ সমগ্ৰ কৃষিভূমি ।

সমগ্ৰ ৰাজ্যখনতে প্ৰলয়ংকাৰী বানে বিস্তৰ ক্ষতি সাধন কৰিছে ৰাইজৰ । শিৱসাগৰ জিলাতো একেই পৰিস্থিতি । হাজাৰ হাজাৰ বিঘা কৃষিভূমি বিনস্ত হোৱাৰ উপৰিও ঘৰ দুৱাৰৰ লগতে পশুধনৰো বিস্তৰ ক্ষতি হয় । আমগুৰি ৰূপহীমুখত ব্ৰহ্মপুত্ৰৰ বানে কৃষিভূমিৰ লগতে কঠীয়াতলি বালিৰ পলসে পুঁতি পেলোৱাত মূৰে-কঁপালে হাত দিবলগীয়া পৰিস্থিতি সৃষ্টি হৈছে । উপায়ন্তৰ হৈ চৰকাৰ তথা প্ৰশাসনক সহায়ৰ বাবে আহ্বান জনাইছে বানাক্ৰান্ত লোক সকলে ।

বানে থানবান কৰি গ'ল কৃষকৰ সপোন

লগতে আন এটা বাতৰি - মহানগৰীৰ মাজিৰিগাঁৱত বানাক্ৰান্তৰ পথ অৱৰোধ

Intro:nullBody:
Cropland destroyed in rupohimukh
Amguri

আমগুৰি, ১৯ জুলাই:
আমগুৰি ৰূপহীমুখত ব্ৰক্ষ্মপুত্ৰৰ বানে থানবান কৰি গ'ল কৃষকৰ সপোন। ব্ৰক্ষ্মপুত্ৰৰ প্ৰৱল বানত কৃষকৰ কৃষিভূমিৰ লগতে কঠীয়া বালিৰ পলসে পুটি পেলালে। কৃষকৰ কৃষিভূমিত ১ ফুট পৰ্যন্ত বালিৰ পলস পৰাত কৃষিৰ বাবে অনুপযোগী হৈ উঠিছে।

আনহাতে ব্ৰক্ষ্মপুত্ৰৰ প্ৰৱল বানত কৃষকৰ বাসগৃহৰ লগতে ভৰাল ঘৰো উটুৱাই নিয়াত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। পৰিয়ালসমূহৰ ঘৰৰ ভিতৰতে বালিৰ পলস পৰাত থাকিবৰ কাৰণে অসুবিধাৰ সন্মুখীন হৈ আহিছে। মূৰে-কপালে হাত দিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছে।

আমগুৰিৰ পৰা সমীৰণ দুৱৰা ইটিভি ভাৰত অসম

Conclusion:null
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.