ETV Bharat / state

আমগুৰিত যুৱকৰ মৃতদেহ উদ্ধাৰ

আমগুৰি বৃন্দাবন চাৰিআলিৰ সমীপত উদ্ধাৰ ৰজনী লাহন নামৰ যুৱকৰ মৃতদেহ ৷ নিশা গাড়ীয়ে খুন্দিওৱাৰ ফলতে যুৱকজনৰ মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ

আমগুৰিত যুৱকৰ মৃতদেহ উদ্ধাৰ
author img

By

Published : Jun 15, 2019, 9:16 AM IST

  • আমগুৰি বৃন্দাবন চাৰিআলিৰ সমীপত যুৱকৰ মৃতদেহ উদ্ধাৰ
  • ৬১নং ৰাষ্ট্ৰীয় ঘাইপথত উদ্ধাৰ মৃতদেহটো
  • মৃত যুৱকজনৰ নাম ৰজনী লাহন
  • আমগুৰি জালুক গাঁৱত ঘৰ যুৱকজনৰ
  • নিশা গাড়ীয়ে খুন্দিওৱাৰ ফলতে মৃত্যু হোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ
  • নিশা ৯ বজাত ঘৰৰপৰা ওলাই অহাৰ পিছতেই সন্ধানহীন হৈ আছিল ৰজনী লাহন
  • শনিবাৰে পুৱা পথচাৰীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰি খবৰ দিয়ে আমগুৰি আৰক্ষীক
  • ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অব্যাহত ৰাখিছে তদন্ত

Intro:Body:আমগুৰি বৃন্দাবন চাৰিআলি সমীপত যুৱকৰ মৃতদেহ উদ্ধাৰ

৬১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ সমীপত উদ্ধাৰ মৃতদেহটো

মৃত যুৱকজনৰ নাম ৰজনী লাহন(৩২)

আমগুৰি জালুক গাঁওত ঘৰ যুৱকজনৰ

নিশা গাড়ীয়ে খুন্দিওৱাৰ ফলতে মৃত্যু হোৱাৰ সন্দেহ

নিশা ৯ বজাত ঘৰৰপৰা ওলাই অহাৰ পিছতেই সন্ধানহীন হৈ আছিল যুৱকজন

পুৱা পথচাৰীয়ে মৃতদেহটো প্ৰত্যক্ষ কৰি স্থানীয় আমগুৰি আৰক্ষীক খবৰ দিয়ে

আৰক্ষী ঘটনাস্থলীলৈ আহি তদন্ত আৰম্ভ কৰিছে।Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.