ETV Bharat / state

নলবাৰীত পানীৰ ব্যৱহাৰিতাৰ কেইবাটাও দিশ সম্পৰ্কে সজাগতা সভা

লুইত মিনাৰেলৰ উদ্যোগত নলবাৰীৰ এমএনচি বালিকা মহাবিদ্যালয়ত শনিবাৰে এখন সজাগতা সভা অনুষ্ঠিত কৰা হয় ৷ বিভিন্ন ঠাইত পানীত আৰ্চেনিক আৰু ফ্লৰাইডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে পানীৰ ব্যৱহাৰ সম্পৰ্কে অনুষ্ঠিত হয় কৰা সভাখন ৷

সজাগতা সভা
সজাগতা সভা
author img

By

Published : Mar 15, 2020, 8:12 AM IST

নলবাৰী, 14 মাৰ্চঃ বিভিন্ন ঠাইত পানীত আৰ্চেনিক আৰু ফ্লৰাইডে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে পানীৰ ব্যৱহাৰ সম্পৰ্কে শনিবাৰে নলবাৰীৰ এমএনচি বালিকা মহাবিদ্যালয়ত এখন সজাগতা সভা অনুষ্ঠিত হয় ৷ লুইত মিনাৰেলৰ উদ্যোগত অনুষ্ঠিত এই সজাগতা সভাত উপস্থিত থাকে নলবাৰী জিলা প্ৰাশাসনৰ কেইবাগৰাকীও বিষয়াৰ লগতে এমএনচি বালিকা মহাবিদ্যালয় প্ৰবক্তা আৰু ছাত্ৰ-ছাত্ৰী সকল ৷ পানীৰ ব্যৱহাৰিতাৰ কেইবাটাও দিশ সম্পৰ্কে আলোচনা কৰা হয় এই সভাখনত ৷

নলবাৰীত পানীৰ ব্যৱহাৰিতাৰ কেইবাটাও দিশ সম্পৰ্কে সজাগতা সভা

লগতে পঢ়কঃ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাৰ বাবে সাজু অসমৰ অনুভূতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.