ETV Bharat / state

Two dead bodies recovered: নলবাৰী-বাক্সা সীমান্তৱৰ্তী আঙাৰধোৱাত দুই যুৱকৰ মৃতদেহ উদ্ধাৰ

author img

By

Published : Jul 12, 2022, 6:39 PM IST

নলবাৰী আৰু বাক্সা জিলাৰ সীমান্তৱৰ্তী আঙাৰধোৱাত গুৱাহাটীৰ দুই যুৱকৰ মৃতদেহ উদ্ধাৰক লৈ তীব্ৰ চাঞ্চল্য(Two dead bodies recovered from Nalbari) । পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয় মৃতদেহ দুটা ।

two-dead-bodies-recovered-from-nalbari
নলবাৰী বাক্সা সীমান্তৱৰ্তী আঙাৰধোৱাত দুই যুৱকৰ মৃতদেহ উদ্ধাৰ

নলবাৰী, 12 জুলাই : মঙলবাৰে নলবাৰী আৰু বাক্সা জিলাৰ সীমান্তৱৰ্তী আঙাৰধোৱাত গুৱাহাটীৰ দুই যুৱকৰ মৃতদেহ উদ্ধাৰ কৰা হয় । পুখুৰীত ওপঙি থকা অৱস্থাত উদ্ধাৰ কৰা হয়মৃতদেহ দুটা ৷ বৰ্তমান মৃতদেহ দুটি উদ্ধাৰক লৈ অঞ্চলজুৰি সৃষ্টি হৈছে তীব্য চাঞ্চল্য(Two dead bodies recovered from Nalbari) ৷

দুদিন পূৰ্বে গুৱাহাটীৰ নুনমাটিৰ পৰা চতেৰা চুবুৰীৰ সম্বন্ধীয় বাবুলা ব্ৰহ্মৰ ঘৰলৈ আহিছিল যুৱক দুজন ৷ মৃত যুৱক দুজনৰ এজন গোপাল বড়ো আৰু আনজন ৰূপম বড়ো বুলি জানিব পৰা গৈছে ৷ জানিব পৰা মতে, সোমবাৰে দুপৰীয়াৰে পৰা সন্ধানহীন হৈ আছিল যুৱক দুজন ৷ বহু বিচাৰ খোচাৰৰ পিছতো যুৱক দুজনৰ কোনো সন্ধান নোপোৱাত চিন্তিত হৈ পৰে পৰিয়ালৰ লোক ৷

কিন্তু অৱশেষত মঙলবাৰে এটা পুখুৰীত ওপঙি থকা অৱস্থাত যুৱক দুজনৰ মৃতদেহ প্ৰত্যক্ষ কৰে ৰাইজে(Missing two youths dead body found in Nalbari) ৷ ইয়াৰ পিচতে ঘটনা সন্দৰ্ভত বৰমা আৰক্ষী থানাত খবৰ দিয়াত ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহ দুটা ৷ মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে মুছলপুৰলৈ প্ৰেৰণ কৰে আৰক্ষীয়ে ।

লগতে পঢ়ক : Pathetic incident in Madhya Pradesh: ভ্ৰাতৃৰ মৃতদেহ কোলাত লৈ ৰাস্তাত অসহায় শিশু

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.