ETV Bharat / state

অভিনেতা জীৱেশ্বৰ ডেকালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি - ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

নটসূৰ্য ফণী শৰ্মা বঁটাপ্ৰাপক ডেকালৈ শুকুৰবাৰে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নিবেদন কৰা হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ৷ বেলশৰ গাঁও পঞ্চায়তৰ বাকৰিত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ডেকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সহধৰ্মিণী কুসুম ডেকাই ৷

Tribute to Jibeswar Deka nalbari assam etv bharat news
অভিনেতা জীৱেশ্বৰ ডেকালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি
author img

By

Published : Sep 4, 2020, 10:20 PM IST

নলবাৰী,4 চেপ্তেম্বৰ: বিশিষ্ট অভিনেতা জীৱেশ্বৰ ডেকালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি জ্ঞাপন ৷ নাট্য জগতৰ মহীৰূহ তথা যশস্বী অভিনেতা নটসূৰ্য ফণী শৰ্মা বঁটাপ্ৰাপক ডেকালৈ শুকুৰবাৰে পশ্চিম নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত নিবেদন কৰা হয় ৰাজহুৱা শ্ৰদ্ধাঞ্জলি ৷ বেলশৰ গাঁও পঞ্চায়তৰ বাকৰিত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত ডেকাৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ কৰে সহধৰ্মিণী কুসুম ডেকাই ৷

অভিনেতা জীৱেশ্বৰ ডেকালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

ইয়াৰ পিছতে নাট্য জগতৰ দধিচী খ্যাত জীৱেশ্বৰ ডেকাক পুষ্পাঞ্জলী প্ৰদানেৰে শ্ৰদ্ধা নিবেদন কৰে সাংবাদিক অঞ্জন বৰ্মন, বিশিষ্ট অভিনেতা দ্বীবন আৰ্য, বেলশৰ শাখা সাহিত্য সভাৰ সভাপতি লক্ষ্মী পাটোৱাৰী, সাংবাদিক ৰাজেন বৈশ্য আদিকে ধৰি বহুকেইগৰাকী বিশিষ্ট ব্যক্তিয়ে ৷ শতাধিক ব্যক্তি উপস্থিত থকা উক্ত অনুষ্ঠানত উমেশ দত্তই ডেকাৰ জীৱন আৰু অভিনয় শৈলী সম্পৰ্কে বক্তৃতা প্ৰদান কৰে ৷

লগতে চাওকঃ কেলেংকাৰী ফাদিল কৰাৰ বাবেই আক্ৰমণ আৰ টি আই কৰ্মীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.