ETV Bharat / state

বিশিষ্ট শিক্ষাবিদ তথা সাংবাদিক প্ৰমোদ চক্ৰৱৰ্তীক সোঁৱৰণ

নলবাৰী শ্বহীদ ভৱনৰ বাকৰিত বিশিষ্ট শিক্ষাবিদ তথা সাংবাদিক প্ৰমোদ চক্ৰৱৰ্তী দেৱক সশ্ৰদ্ধ সোঁৱৰণ ৷ অনুুষ্ঠিত কৰা হয় স্মৃতিচাৰণ সভাৰ ৷

Tribute to educationist and journalist pramod Chakrabarti
বিশিষ্ট শিক্ষাবিদ তথা সাংবাদিক প্ৰমোদ চক্ৰৱৰ্তীক সোঁৱৰণ
author img

By

Published : Jan 12, 2020, 9:13 AM IST

নলবাৰী, 12 জানুৱাৰীঃ নলবাৰীত সদ্য প্ৰয়াত বিশিষ্ট শিক্ষাবিদ তথা সাংবাদিক প্ৰমোদ চক্ৰৱৰ্তী দেৱক সশ্ৰদ্ধ সোঁৱৰণ ৷ নলবাৰী জিলা সাংবাদিক সন্থাৰ উদ্যোগত নলবাৰী শ্বহীদ ভৱনৰ বাকৰিত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত নলবাৰী জিলা সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা নলবাৰী মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক প্ৰমোদ চক্ৰৱৰ্তী দেৱক একাজলি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয় ৷ নাট্যকাৰ তথা সাংবাদিক ধ্ৰুৱজ্যোতি শৰ্মাৰ সভাপতিত্বত প্ৰয়াত চক্ৰৱৰ্তী দেৱৰ স্মৃতিত অনুষ্ঠিত হয় সোঁৱৰণী সভা ৷

বিশিষ্ট শিক্ষাবিদ তথা সাংবাদিক প্ৰমোদ চক্ৰৱৰ্তীক সোঁৱৰণ

সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পংকজ কুমাৰ নাথে মুকলি কৰা এই সোঁৱৰণি অনুষ্ঠানত উপস্থিত থাকে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেব চৌধুৰীৰ লগতে দৈনিক অসম কাকতৰ কাৰ্যবাহী সম্পাদক মুনিন বায়ন, নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতা, অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত, তথা আছু নেতা ভৱজিত বেজবৰুৱা ৷ আনহাতে শিক্ষাবিদ তথা সাংবাদিক প্ৰমোদ চক্ৰৱৰ্তী দেৱৰ কৰ্মৰাজিৰ বিষয়ে আলোচনা কৰি স্মৃতিচাৰণ কৰাৰ লগতে সাংবাদিকৰ সুৰক্ষা সম্পৰ্কেও আলোচনা কৰা হয় ।

আৰু পঢ়কঃড৹ অমলেন্দু চক্ৰৱৰ্তীক 'শ্ৰীশ্ৰী মথুৰাদাস বুঢ়াআতা বঁটা' প্ৰদান

Intro:প্ৰমোদ চন্দ্ৰ চক্ৰৱৰ্তীৰ সজল স্মৃতিত একাজলী শ্ৰদ্ধাঞ্জলিBody:নলবাৰীৰ সংবাদ জগতৰ এগৰাকী পুৰোধা ব্যক্তি তথা শিক্ষাবিদ , সাংবাদিক সদ্য প্ৰয়াত প্ৰমোদ চক্ৰৱৰ্তী দেৱক সোঁৱৰণ কৰে নলবাৰী জিলা সাংবাদিক সন্থাই । নলবাৰী ছাত্ৰ সন্থাৰ বাকৰিত অনুস্থিত গম্ভীৰ্য পূৰ্ণ অনুষ্ঠানত নলবাৰী জিলা সাংবাদিক সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি তথা নলবাৰী কলেজৰ অবসৰী অধ্যক্ষ প্ৰমোদ চক্ৰৱৰ্তী দেৱক এইদৰে শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হয় । ইয়াৰ পিছতে নাট্যকাৰ তথা সাংবাদিক ধ্ৰুবজোতি শৰ্মাৰ সভাপতিত্বত অনুস্থিত হয় সোৱৰণি সভা । সদৌ অসম সাংবাদিক সন্থাৰ সভাপতি পঙ্কজ কুমাৰ নাথে মুকলি ক'ৰা এই সোৱৰণি অনুষ্ঠানত উপস্থিত থাকি নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেব চৌধুৰীৰ লগতে দৈনিক অসম কাকতৰ কাৰ্যবাহী সম্পাদক মুনিন বায়ন, নিয়মীয়া বাৰ্তা কাকতৰ সম্পাদক নৰেশ কলিতা, অসমীয়া প্ৰতিদিন কাকতৰ সহযোগী সম্পাদক প্ৰকাশ মহন্ত , আছু নেতা ভবজিত বেজবৰুৱাই শিক্ষাবিদ তথা সাংবাদিক প্ৰমোদ চক্ৰৱৰ্তী দেৱৰ কৰ্মৰাজিৰ বিষয়ে আলোচনা কৰি স্মৃতিচাৰণ কৰে । লগতে সাংবাদিকৰ সুৰক্ষা সম্পৰ্কেও বক্তা সকলে আলোচনা কৰেConclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.