ETV Bharat / state

চকুলো টুকি মুখ্যমন্ত্ৰীক কি আহ্বান কৰিলে মাদ্ৰাছা টেট উত্তীৰ্ণই

টেট পৰীক্ষাত উৰ্ত্তীণ হোৱাৰ পাচতো চৰকাৰে ৰাজ্যৰ প্ৰায় চাৰি হাজাৰ মাদ্ৰাছা টেট উত্তীৰ্ণক নিযুক্তি নিদিয়াৰ সন্দৰ্ভত মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন কৰে টেট উত্তীৰ্ণ শিক্ষাৰ্থীসকলে ৷

tet-passed-demand-on-government
চকুলো টুকি মুখ্যমন্ত্ৰীক কি আহ্বান কৰিলে টেট উত্তীৰ্ণই
author img

By

Published : May 25, 2021, 1:54 PM IST

নলবাৰী,25 মে’: নলবাৰী প্ৰেছ ক্লাবত উপস্থিত হৈ মঙলবাৰে শতাধিক মাদ্ৰাছা টেট উত্তীৰ্ণ শিক্ষাৰ্থীয়ে নিযুক্তিৰ বাবে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনায় ৷ টেট উত্তীৰ্ণ হোৱাৰ পাছতো চৰকাৰে তেওঁলোকক নিযুক্তিৰ ব্যৱস্থা নকৰাত ক্ষোভ প্ৰকাশ কৰে ৷ তেওঁলোকে বিগত সময়ত কেইবাবাৰো মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰাৰ কথা প্ৰকাশ কৰে ৷ মুখ্যমন্ত্ৰীয়েও তেওঁলোকক নিৰ্বাচনৰ পাছত নিযুক্তি দিয়াৰ আশ্বাস দিছিল ৷

চকুলো টুকি মুখ্যমন্ত্ৰীক কি আহ্বান কৰিলে টেট উত্তীৰ্ণই

টেট উত্তীৰ্ণ শিক্ষাৰ্থীসকলে মঙলবাৰে নলবাৰী প্ৰেছ ক্লাবত কান্দি কান্দি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ড৹ ৰণোজ পেগুক তেওঁলোকক নিযুক্তি দিয়াৰ দাবী জনায় ৷ টেট বাছনি পৰীক্ষাত উৰ্ত্তীণ হোৱাৰ পাচতো চৰকাৰে ৰাজ্যৰ প্ৰায় চাৰি হাজাৰ মাদ্ৰাছা টেট উত্তীৰ্ণক নিযুক্তি দিয়া নাই বুলি মুখ্যমন্ত্ৰীলৈ প্ৰশ্ন উত্থাপন কৰে ৷

লগতে পঢ়ক : গ্ৰেপ্তাৰ কৰা ৰাইজৰ দলৰ সদস্যক মুকলি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.