ETV Bharat / state

ধৰ্মপুৰৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ ইচ্ছা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° শিখৰ কুমাৰ শৰ্মাৰ - গুৱাহাটী বিশ্ববিদ্যালয়

অসম জাতীয় পৰিষদে বিচাৰিলে ধৰ্মপুৰৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াব গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° শিখৰ কুমাৰ শৰ্মাই ৷

2021 election
2021 election
author img

By

Published : Sep 20, 2020, 5:26 AM IST

গুৱাহাটী, 19 ছেপ্টেম্বৰ : অসম জাতীয় পৰিষদে বিচাৰিলে ধৰ্মপুৰৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াব গুৱাহাটী বিশ্ববিদ্যালয়ৰ তথ্য আৰু প্ৰযুক্তি বিভাগৰ অধ্যাপক ড° শিখৰ কুমাৰ শৰ্মাই ৷ শনিবাৰে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত এই কথা জনালে শৰ্মাই ৷ ইপিনে শৰ্মাই কেবৰ ক্ষেত্ৰতো অসম জাতীয় পৰিষদে পূৰ্বৰ দৰে মুখ্য ভূমিকা গ্ৰহণ কৰিব বুলি কয় ৷

ধৰ্মপুৰৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়োৱাৰ ইচ্ছা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ড° শিখৰ কুমাৰ শৰ্মাৰ

ইতিমধ্যে ধৰ্মপুৰ সমষ্টিত বিভিন্নজন লোকৰ কাষ চাপি ৰাইজৰ বুজ লৈ শৰ্মাই কয় যে অসমত জাতীয়তাবাদী আৰু আঞ্চলিকতাবাদ পুনৰ প্ৰতিস্থিত হোৱাৰ প্ৰয়োজনীয়তা আমি অনুভৱ কৰিছোঁ ৷ বৰ্তমান জাতীয়তাবাদৰ প্ৰয়োজন আছে অসমত ৷ ২০২১ চনত ৰাইজৰ লগত আলোচনা কৰি অসম জাতীয় পৰিষদৰ পৰা আগন্তুক বিধানসভাৰ নিৰ্বাচনত প্ৰতিদন্দ্বিতা কৰাৰ ক্ষেত্ৰত আগ্ৰহী বুলি কয় শৰ্মাই ৷

লগতে পঢ়ক : সত্যৰঞ্জন বৰাৰ বিৰুদ্ধে নলবাৰীত এজাহাৰ দাখিল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.