ETV Bharat / state

নাগৰিকত্ব (সংশোধনী) আইন সন্দৰ্ভত নলবাৰী মহাবিদ্যালয়ত আলোচনা চক্ৰ - নাগৰিকত্ব সংশোধনী আইন

অসম অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সন্থাৰ উদ্যোগত নলবাৰী মহাবিদ্যালয়ত নাগৰিকত্ব সংশোধনী আইনক লৈ আলোচনা চক্ৰ ৷ কেইবাগৰাকীও বিশিষ্ট অধ্যাপক আৰু ৰাজনৈতিক বিশ্লেষকে এই আইন সম্পৰ্কে নিৰ্মোহ বিশ্লেষণ দাঙি ধৰে ।

Seminar against CAA at Nalbari College
CAA কু-ফল সম্পৰ্কে নলবাৰী মহাবিদ্যালয়ত আলোচনা চক্ৰ
author img

By

Published : Jan 12, 2020, 11:05 AM IST

নলবাৰী, 12 জানুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনক লৈ নলবাৰী মহাবিদ্যালয়ত আলোচনা চক্ৰ ৷ অসম অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক সন্থাৰ উদ্যোগত নলবাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় এই আলোচনা চক্ৰ । জাতিধ্বংসী এই সংশোধিত নাগৰিকত্ব আইনৰ পৰা অসমে পাবলগীয়া কু-ফলসমূহৰ বিষয়ে এই চক্ৰৰ জৰিয়তে আলোচনা কৰা হয় ৷ লগতে এই আইনক লৈ চলা প্ৰচাৰ অপপ্ৰচাৰ সম্পৰ্কেও আলোচনা কৰা হয় । কেইবাগৰাকীও বিশিষ্ট অধ্যাপক আৰু ৰাজনৈতিক বিশ্লেষকে এই আইন সম্পৰ্কে নিৰ্মোহ বিশ্লেষণ দাঙি ধৰে । আনহাতে এই আলোচনা চক্ৰত কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত অধ্যাপকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

নাগৰিকত্ব (সংশোধনী) আইন সন্দৰ্ভত নলবাৰী মহাবিদ্যালয়ত আলোচনা চক্ৰ

আৰু পঢ়কঃন্যূন্যতম জ্ঞান নথকাৰ বাবেই লুৰিণজ্যোতি গগৈৰ পদত্যাগ দাবী কৰিলে জয়ন্ত মল্ল বৰুৱাই !

Intro:নলবাৰী মহাবিদ্যালয়ত কা ক লৈ আলোচনা চক্ৰ।Body:জাতিধ্বংশী সংশোধিত নাগৰিকত্ব আইন সম্পৰ্কে আজি এক আলোচনা চক্ৰ অনুষ্ঠিত কৰা হয় নলবাৰীত । অসম অবসৰপ্ৰাপ্ত কলেজ শিক্ষক সন্থাৰ উদ্যোগত নলবাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয় এই আলোচনা চক্ৰ । জাতিধ্বংশী সংশোধিত নাগৰিকত্ব আইনৰ কু ফল সমুহ ফঁহিয়াই এই আলোচনা চক্ৰত আলোচনা কৰা হয় । এই আইনক লৈ চলা প্ৰচাৰ অপপ্ৰচাৰ সম্পৰ্কেও আলোচনা কৰা হয় । কেইবাগৰাকীও বিশিষ্ট শিক্ষাবিদ আৰু ৰাজনৈতিক বিশ্লেষকে এই আইন সম্পৰ্কে নিৰ্মোহ বিশ্লেষণ ডাঙি ধৰে । আনহাতে এই আলোচনা চক্ৰত কেইবাগৰাকীও লোকক সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।

Conclusion:বাইট দীনমণি ভাগৱতী, অৱসৰপ্ৰাপ্ত কলেজ শিক্ষক।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.