ETV Bharat / state

নলবাৰীত জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি দাহ হিন্দু জাগৰণ মঞ্চৰ - জুবিন গাৰ্গ

পুনৰ বিতৰ্কত নৱ প্ৰজন্মৰ হাৰ্ট থৱ জুবিন গাৰ্গ ৷ হিন্দুবিৰোধী মন্তব্য কৰাক লৈ নলবাৰী হৰিমন্দিৰ চকত প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু জাগৰণ মঞ্চ নলবাৰী জিলা সমিতিয়ে ৷

নলবাৰীত জুৱিন গাৰ্গৰ প্ৰতিমূৰ্তি দাহ হিন্দু জাগৰণ মঞ্চৰ
author img

By

Published : Jul 30, 2019, 7:16 AM IST

নলবাৰী, 30 জুলাই: পুনৰ বিতৰ্কত নৱ প্ৰজন্মৰ হাৰ্ট থৱ জুবিন গাৰ্গৰ ৷ হিন্দুবিৰোধী মন্তব্য কৰাক লৈ নলবাৰী হৰিমন্দিৰ চ'কত প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে হিন্দু জাগৰণ মঞ্চ নলবাৰী জিলা সমিতিয়ে ৷ উল্লেখযোগ্য যে জুবিন গাৰ্গে শেহতীয়া ভাৱে কৰা মন্তব্যক লৈ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি দাহ কৰি জুবিন গাৰ্গ হায় হায়,হিন্দু বিৰোধী মন্তব্য সহ্য কৰা নহ'ব আদি শ্লোগান দি উত্তাল কৰি তুলে পৰিবেশ ৷

নলবাৰীত জুৱিন গাৰ্গৰ প্ৰতিমূৰ্তি দাহ হিন্দু জাগৰণ মঞ্চৰ

লগতে জুবিন গাৰ্গৰ শীঘ্ৰে আহিবলগীয়া ছবি কাঞ্চনজংঘা বন্ধ কৰাৰ দাবীত শ্লোগান দি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ৷ ইয়াৰ উপৰিও নলবাৰী সদৰ থানাত জুবিন গাৰ্গৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ কথা উল্লেখ কৰে সংগঠনটোৱে ৷

Intro:নলবাৰীত জুৱিন গাৰ্গৰ প্ৰতিমূৰ্তি দাহ হিন্দু জাগৰণ মঞ্চৰ।Body:নলবাৰীত জুৱিন গাৰ্গৰ প্ৰতিমূৰ্তি দাহ।নৱ প্ৰজন্মৰ হাৰ্থ অৱ জুবিন গাৰ্গ পুনৰ বিতৰ্কত।হিন্দুবিৰোধী মন্তব্য কৰাক লৈ নলবাৰী হৰিমন্দিৰ চকত প্ৰতিমূৰ্তি দাহ কৰি প্ৰতিবাদ সাৱস্ত্য কৰে হিন্দু জাগৰণ মঞ্চ নলবাৰী জিলা সমিতিয়ে।উল্লেখযোগ্য যে জুৱিন গাৰ্গে শেহতীয়া ভাৱে কৰা মন্তব্য ক লৈ জনপ্ৰিয় কন্ঠশিল্পী জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি দাহ কৰি জুৱিন গাৰ্গ হায় হায়,হিন্দু বিৰোধী মন্তব্য সহ্য কৰা নহৱ আদি শ্লোগান দি উত্তাল কৰাৰ লগতে জুৱিন গাৰ্গৰ শীঘ্ৰে আহিৱলগীয়া ছৱি কাঞ্চনজংঘা বন্ধ কৰাৰ দাৱীত শ্লোগান দি উত্তাল প্ৰতিবাদ সংগঠনটোৰ ।ইয়াৰ উপৰিও নলবাৰী সদৰ থানাত জুৱিন গাৰ্গৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাৰ কথা উল্লেখ কৰে সংগঠনটোৱে।।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.