নলবাৰী, 11 ছেপ্তেম্বৰঃ নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত সংবাদমেল ৷ অসমৰ অন্যতম প্ৰাচীন শক্তিপীঠ বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজাৰ প্ৰস্তুতি সম্পৰ্কে সংবাদমেলৰ আয়োজন কৰে দুৰ্গা পূজা পৰিচালনা সমিতিয়ে ৷ অহা 29 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া দুৰ্গা পূজাৰ প্ৰস্তুতি ইতিমধ্যে তুংগত ৷ প্ৰায় 30 লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰা দেৱালয় সমিতিয়ে জনোৱা মতে, পানীৰ ওপৰত ওপঙি থকা নাঁৱৰ উপৰিও বিল্বেশ্বৰ দেৱালয়ৰ ইতিহাস সম্পৰ্কে প্ৰদৰ্শনীৰ আযোজন কৰিছে ৷ নৱমী পূজাৰ বিশেষ আকৰ্ষণ 38 টা ম'হ বলিৰ বাবে উচৰ্গা কৰিছে ভক্তই ৷ আনহাতে ষষ্ঠী পূজাৰ দিনা অসমৰ ৰাজ্যপালে বন্তি প্ৰজ্বলন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব ৷ উল্লেখ্য যে, সংবাদমেলত সম্পাদক ৰঞ্জিত বৰ্মন, সভাপতি প্ৰবীন কুমাৰ ডেকা আৰু ৰঞ্জিত মিশ্ৰৰ লগতে কেইবাজনো উদ্যোক্তা উপস্থিত থাকে ৷
নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত সংবাদমেল
অসমৰ অন্যতম প্ৰাচীন শক্তিপীঠ বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজাৰ প্ৰস্তুতি সম্পৰ্কে সংবাদমেলৰ আয়োজন কৰে দুৰ্গা পূজা পৰিচালনা সমিতিয়ে ৷ অসমৰ ৰাজ্যপালে বন্তি প্ৰজ্বলন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব ৷ 38 টা ম'হ বলিৰ বাবে উচৰ্গা কৰিছে ভক্তই ৷
নলবাৰী, 11 ছেপ্তেম্বৰঃ নলবাৰীৰ ঐতিহাসিক বিল্বেশ্বৰ দেৱালয়ত সংবাদমেল ৷ অসমৰ অন্যতম প্ৰাচীন শক্তিপীঠ বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজাৰ প্ৰস্তুতি সম্পৰ্কে সংবাদমেলৰ আয়োজন কৰে দুৰ্গা পূজা পৰিচালনা সমিতিয়ে ৷ অহা 29 ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'বলগীয়া দুৰ্গা পূজাৰ প্ৰস্তুতি ইতিমধ্যে তুংগত ৷ প্ৰায় 30 লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰা দেৱালয় সমিতিয়ে জনোৱা মতে, পানীৰ ওপৰত ওপঙি থকা নাঁৱৰ উপৰিও বিল্বেশ্বৰ দেৱালয়ৰ ইতিহাস সম্পৰ্কে প্ৰদৰ্শনীৰ আযোজন কৰিছে ৷ নৱমী পূজাৰ বিশেষ আকৰ্ষণ 38 টা ম'হ বলিৰ বাবে উচৰ্গা কৰিছে ভক্তই ৷ আনহাতে ষষ্ঠী পূজাৰ দিনা অসমৰ ৰাজ্যপালে বন্তি প্ৰজ্বলন কাৰ্য্যসূচীত অংশগ্ৰহণ কৰিব ৷ উল্লেখ্য যে, সংবাদমেলত সম্পাদক ৰঞ্জিত বৰ্মন, সভাপতি প্ৰবীন কুমাৰ ডেকা আৰু ৰঞ্জিত মিশ্ৰৰ লগতে কেইবাজনো উদ্যোক্তা উপস্থিত থাকে ৷
প্ৰতিপদৰ পৰা দশমীলৈ দহদিনীয়াকৈ পূজা।Body:
অসমৰ অন্যতম শৈৱ শক্তি পীঠ বিল্বেশ্বৰ দেৱালয়ত দুৰ্গা পূজাৰ প্ৰস্তুতি সম্পৰ্কে এখন সংবাদমেলৰ আযোজন দুৰ্গা পূজা পৰিচালনা সমিতিৰ।উল্লেখযোগ্য যে ২৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হবলগীয়া দুৰ্গা পূজাৰ প্ৰস্তুতি তুংগত উঠিছে বিল্বেশ্বৰ ত।ইফালে প্ৰায় ৩০ লাখ টকাৰ বাজেট নিৰ্ধাৰণ কৰা দেৱালয় সমিতিয়ে জনোৱা মতে পানীৰ ওপৰত এখন ওপঙি থকা নাওৰ উপৰিও বিল্বেশ্বৰ দেৱালয়ৰ ইতিহাস লৈ প্ৰদৰ্শনীৰ আযোজন কৰিছে।ইফালে নৱমী পূজাৰ বিশেষ আকৰ্ষণ ৩৮ টা মহ বলিৰ বাবে উচৰ্গা কৰিছে ভক্ত ই ।আনহাতে ষষ্ঠী পূজাৰ দিনা অসমৰ ৰাজ্যপালে বন্তি প্ৰজ্বলন কাৰ্য্য সূচীত অংশ লৱ।উল্লেখযোগ্য যে ২০০ ৰ পৰা ৩০০ শতিকাৰ ভিতৰত নাগাক্ষ ৰজাই স্থাপন কৰা এই দেৱালয়ত দূৰ্গা পূজাৰ ব্যাপক আযোজন চলিছে।আজি অনুষ্ঠিত হোৱা এক সংবাদ মেলত সম্পাদক ৰঞ্জিত বৰ্মন সভাপতি প্ৰবীন কুমাৰ ডেকা আৰু দলৈ ৰঞ্জিত মিশ্ৰৰ লগতে কেইবাজনো উদ্যোক্তা উপস্থিত থাকে।Conclusion:কৈলাস ডেকা, নলবাৰী