ETV Bharat / state

বিভীষিকাৰ পৰা ৰক্ষাঃ স্বগৃহত ওড়িশালৈ যোৱা টিহুৰ তীৰ্থযাত্ৰী

60-70 ঊৰ্দ্ধৰ কেইবাগৰাকীও যাত্ৰী আছিল তীৰ্যযাত্ৰীৰ দলটোত৷ ফেনীৰ কবলত আবদ্ধ হৈ চাৰিদিন ধৰি খাদ্য গ্ৰহণ কৰিবলৈ পোৱা নাছিল দলটোৱে৷ সুকলমে নিজ বাসভৱনত উপস্থিত হৈ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে তীৰ্থযাত্ৰীৰ দলটোৱে৷

author img

By

Published : May 9, 2019, 12:14 PM IST

ওড়িশাৰ পৰা স্ব-ভূমিত উপস্থিত টিহুৰ তীৰ্থযাত্ৰীৰ দল

নলবাৰী, 9 মে' : ফেনীৰ বিভীষিকাৰ মাজতে অৱশেষত সুকলমে স্বগৃহত উপস্থিত হ'ল টিহুৰ 32 গৰাকী তীৰ্থযাত্ৰী৷ বুধবাৰে নিশা 12:30 বজাত টিহুত উপস্থিত হয় তীৰ্থ যাত্ৰীৰ দলটো ৷

সগৰীয় ঘূৰ্ণিবতাহ ফেনীৰ কবলত ওড়িশাত আবদ্ধ হৈ আছিল অসমৰ পৰা যোৱা 32 জনীয়া তীৰ্থযাত্ৰীৰ দলটো৷ পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শনৰ বাবে 28 এপ্ৰিলত নলবাৰীৰ টিহুৰ পৰা ওড়িশালৈ গৈছিল দলটো ৷

ওড়িশাৰ পৰা স্ব-ভূমিত উপস্থিত টিহুৰ তীৰ্থযাত্ৰীৰ দল

অসম চৰকাৰৰ তৎপৰতাত কলকতা অসম ভৱনৰ পৰা বাছেৰে টিহুলৈ অনা হয় তীৰ্থ যাত্ৰীৰ দলটোক ৷

লগতে পঢ়কঃপুৰীৰ পৰা আহি নলবাৰীত উপস্থিত তীৰ্থযাত্ৰীৰ দল

উল্লেখ্য যে 60-70 ঊৰ্দ্ধৰ কেইবাগৰাকীও যাত্ৰী আছিল তীৰ্যযাত্ৰীৰ দলটোত৷ ফেনীৰ কবলত আবদ্ধ হৈ চাৰিদিন ধৰি খাদ্য গ্ৰহণ কৰিবলৈ পোৱা নাছিল দলটোৱে৷ সুকলমে নিজ বাসভৱনত উপস্থিত হৈ অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰে তীৰ্থযাত্ৰীৰ দলটোৱে৷

Sulg Tirthayatri At Tihu
Story FTP
9May
OCVO=স্ব-গৃহ আহি পালেহি টিহুৰ ৩২ গৰাকী তীৰ্থ যাত্ৰী । বুধবাৰে নিশা ১২:৩০ বজাত টিহুত উপস্থিত হয় তীৰ্থ যাত্ৰীৰ দলটো । সাগৰীয় ঘূৰ্ণি বতাহ "ফণী"ৰ কবলত পৰি উৰিষ্যাত আবদ্ধ হৈ পৰিছিল তীৰ্থ যাত্ৰীৰ  দলটো । পুৰীৰ জগন্নাথ মন্দিৰ দৰ্শন কৰিবলৈ গৈছিল তীৰ্থ যাত্ৰীৰ  দলটো নলবাৰী টিহুৰ পৰা। অসম চৰকাৰৰ তৎপৰতাত  কলকতা  অসম ভৱনৰ পৰা বাছেৰে টিহুলৈ  অনা হয় তীৰ্থ যাত্ৰীৰ দলটোক ।  উল্লেখযোগ্য যে দুদিন ধৰি কোনো খাদ্য খাব পোৱা নাছিল তীৰ্থযাত্ৰী দলটোৱে।তীৰ্থ যাত্ৰীৰ  দলটোত কেইবাগৰাকীও ৬০/৭০ বছৰৰ উৰ্দ্ধৰ কেবাজনো লোক আছিল । আনহাতে সাগৰীয় ফণী বতাহৰ কলৱত পৰাৰ পিছত তীব্ৰ আৰ্থিক সংকট আৰু খাদ্য সংকটত পৰিছিল দলটোৱে। পিছত  তীৰ্থযাত্ৰীৰ দলটোক  খাদ্য সামগ্ৰী যোগান ধৰাৰ লগতে  সকলো সুবিধা প্ৰদান অসম  চৰকাৰৰ পৰা । টিহুত উপস্থিত হৈ আবেগিক হৈ পৰে তীৰ্থ যাত্ৰী সকল।

কৈলাস ডেকা, নলবাৰী
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.