ETV Bharat / state

নৱম স্থানত উজলিল পাঠশালাৰ হীৰকজ্যোতি

author img

By

Published : May 15, 2019, 1:36 PM IST

ছাত্ৰগৰাকীয়ে এই সাফল্যত আনন্দিত হোৱাৰ উপৰি এই সাফল্যৰ বাবে পিতৃ-মাতৃ আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷ ভৱিষ্যতে হীৰকজ্যোতিয়ে পাঠশালাৰ বজালী মহাবিদ্যালয় বা আনন্দৰাম বৰুৱা একাডমিত নামভৰ্তি কৰিব বুলি জনায় ।

নৱম স্থানত উজলিল পাঠশালাৰ হীৰকজ্যোতি

পাঠশালা 15 মে’:পাঠশালা শিক্ষাপীঠ হাইস্কুলৰ ছাত্ৰ তথা পাঠশালা কালিঘাট নিবাসী হীৰকজ্যোতি চৌধুৰীয়ে নৱম স্থান লাভ কৰি পাঠশালাৰ নাম উজ্বলাবলৈ সক্ষম হৈছে ৷ ছাত্ৰগৰাকীয়ে এই সাফল্যত আনন্দিত হোৱাৰ উপৰি এই সাফল্যৰ বাবে পিতৃ-মাতৃ আৰু বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক কৃতজ্ঞতা জ্ঞাপন কৰিছে ৷ ভৱিষ্যতে হীৰকজ্যোতিয়ে পাঠশালাৰ বজালী মহাবিদ্যালয় বা আনন্দৰাম বৰুৱা একাডমিত নামভৰ্তি কৰিব বুলি জনায় ।

নৱম স্থানত উজলিল পাঠশালাৰ হীৰকজ্যোতি

লগতে পঢ়ক: শীৰ্ষত নাৰায়ণপুৰৰ মেঘাশ্ৰী বৰা

ভবিষ্যতে এজন প্ৰশাসনিক বিষয়া হোৱা আশা হীৰকজ্যোতিৰ ৷

Intro:Pathsala Hslc 9 th position

পাঠশালা ত নবম স্হানেৰে গৌৰব অক্ষুন্ন ৰাখিলে হীৰকজ্যোতি এ Body:Pathsala Hslc 9 th position

পাঠশালা ১৫মে:পাঠশালা শিক্ষাপীঠ হাইস্কুল ৰ ছাত্ৰ তথা পাঠশালা কালি ঘাট নিবাসী হীৰকজ্যোতি চৌধুৰী এ এইবাৰ নবম স্হান লাভ কৰি পাঠশালা ৰ নাম্ উজ্বলাবলৈ সক্ষম হৈছে l ছাত্ৰ গৰাকী ৰ মনৰ কথা জানিবলৈ তেওঁৰ বাসগৃহত উপস্থিত হৈছিল আমাৰ সাংবাদিক ডিম্পল তালুকদাৰে l ছাত্ৰ গৰাকী এ এই সাফল্যত অতিশয় আনন্দিত হোৱাৰ উপৰি এই সাফল্যৰ বাবে ছাত্ৰ গৰাকী এ এই সাফল্যৰ বাবে পিতৃ মাতৃ অাৰু বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ক কৃতিত্ব প্ৰদান কৰিছে l ভৱিষ্যতে হীৰক জ্যোতি এ পাঠশালা ত বজালী মহাবিদ্যালয় ত নাম্ ভৰ্ত্তি কৰি অধ্যয়ন প্ৰক্ৰিয়া ত আগবাঢ়ি ব বুলি জানিবলৈ দিছে ।

Conclusion:বাইট- হিৰকজ্যৌতি
ভিডিঅ'-৩
ডিম্পল তালুকদাৰ
পাটাছাৰকুছি সমষ্টি।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.