ETV Bharat / state

80 টকীয়া পিয়াঁজ নলবাৰীত 55 টকাত বিক্ৰী ! - আম আদমী পাৰ্টীয়ে-পিয়াঁজ

কম মূল্যত পিয়াঁজ লাগে যদি আপুনি নলবাৰীলৈ আহক। প্ৰতি কিলো পিয়াঁজৰ মূল্য 55 টকা। আম আদমী পাৰ্টীয়ে-পিয়াঁজৰ মূল্য বৃদ্ধি হোৱাৰ বাবে সুলভ মূল্যত পিয়াঁজ ব্যৱসায়েৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।

onion protest aap  at nalbari
80 টকীয়া পিয়াঁজ নলবাৰীত 55 টকাত বিক্ৰী !
author img

By

Published : Oct 31, 2020, 6:34 PM IST

নলবাৰী,31অক্টোবৰঃ গ্ৰাহক সকলক কম মূল্যত পিয়াজ লাগে যদি নলবাৰীলৈ আহক। সম্প্ৰতি ৮০ টকালৈ বৃদ্ধি হৈছে প্ৰতি কেজি পিয়াঁজৰ দাম। কিন্তু নলবাৰীত পিয়াঁজৰ কিলো মাত্ৰ 55 টকা। শনিবাৰে 55 টকীয়াকৈ পিয়াঁজ কিনিবলৈ ৰাইজে ভিৰ কৰা পৰিলক্ষিত হয় ৷

অৱশ্যে এয়া কোনো বজাৰ অথবা খুচুৰা ব্যৱসায় নহয়। আজি নলবাৰী জিলাত আম আদমী পাৰ্টিয়ে-পিয়াঁজৰ মূল্য বৃদ্ধি হোৱাৰ বাবে সুলভ মূল্যত পিয়াঁজ ব্যৱসায়েৰে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। আম আদমী পাৰ্টীয়ে শনিবাৰে নলবাৰী হৰি মন্দিৰ চ'কত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি চৰকাৰ আৰু যোগান বিভাগৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ চেষ্টা কৰে ।

লগতে পঢ়কঃ কলগাছিয়াৰ বৰপেটা অসামৰিক চিকিৎসালয়ত উত্তেজনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.