ETV Bharat / state

আজিৰে পৰা আৰম্ভ হ’ল নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ ৮৭ সংখ্যক ৰাস মহোৎসৱ

author img

By

Published : Nov 29, 2020, 10:33 PM IST

উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ এইবেলিৰ ৮৭ সংখ্যক ৰাস মহোৎসৱ আজিৰে পৰা আৰম্ভ হৈছে । প্ৰতিবছৰে ব্যয়বহুল তথা বিশাল প্ৰস্তুতিৰে অনুষ্ঠিত হৈ অহা নলবাৰী হৰিমন্দিৰৰ এইবেলিৰ ৰাস মহোৎসৱ ক’ৰণা মহামাৰীৰ বাবে অনুষ্টুপীয়াকৈ অনুষ্ঠিত হয় ।

আজিৰে পৰা আৰম্ভ হ’ল নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ ৮৭ সংখ্যক ৰাস মহোৎসৱ
আজিৰে পৰা আৰম্ভ হ’ল নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ ৮৭ সংখ্যক ৰাস মহোৎসৱ

নলবাৰী,29 নৱেম্বৰঃ মৃন্ময় মূৰ্তি প্ৰধান নলবাৰীৰ ৰাস মহোৎসৱ এইবেলি তিনিদিনীয়াকৈ আয়োজন কৰা হৈছে নলবাৰীৰ ঐতিহ্যমণ্ডিত শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাংগণত । উত্তৰ পূৱ ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান নলবাৰীৰ শ্ৰী শ্ৰী হৰিমন্দিৰৰ এইবেলিৰ ৮৭ সংখ্যক ৰাস মহোৎসৱ আজিৰে পৰা আৰম্ভ হৈছে । প্ৰতিবছৰে ব্যয়বহুল তথা বিশাল প্ৰস্তুতিৰে অনুষ্ঠিত হৈ অহা নলবাৰী হৰিমন্দিৰৰ এইবেলিৰ ৰাস মহোৎসৱ ক’ৰণা মহামাৰীৰ বাবে অনুষ্টুপীয়াকৈ আয়োজন কৰা হৈছে।

উল্লেখযোগ্য যে, প্ৰতিবছৰে ভিন্ন কাৰ্য্যসূচীৰে চলি অহা ৰাসত এইবেলি নাথাকে বিশেষ আয়োজন, নাথাকে জাকজমকতা । আজিৰে পৰা আৰম্ভ হোৱা ৰাস মহোৎসৱৰ দ্বাৰ সাংসদ দিলীপ শইকীয়াই মুকলি কৰাৰ পিছতে অনুষ্ঠিত হয় উদ্ধোধনী সভাখন । আনহাতে এইবাৰ ভ্ৰাম্যমাণ নাট্যদলৰ মহাৰণ নচলিব । মাত্ৰ অনুষ্টুপিয়াকৈ চলিছে আয়োজনৰ প্ৰস্তুতি ।

লগতে পঢ়কঃ JEE কেলেংকাৰীৰ অন্যতম অভিযুক্ত প্ৰদীপ কুমাৰক গ্ৰেপ্তাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.