ETV Bharat / state

ইণ্ডিয়ান জাৰ্নালিষ্ট এছ'চিয়েচনৰ নলবাৰী জিলা সমিতি গঠন - Nalbari journalist association new committee

দেওবাৰে নলবাৰী ছোৱালী হাইস্কুলত বহু জ্যেষ্ঠ আৰু নবীন সাংবাদিকৰ উপস্থিতিত গঠন কৰা হয় ইণ্ডিয়ান জাৰ্নালিষ্ট এছ'চিয়েচনৰ নলবাৰী জিলা সমিতি ৷

As_nlb_Journalist_new_commite_img_10004
ইণ্ডিয়ান জাৰ্নালিষ্ট এছ'চিয়েচনৰ নলবাৰী জিলা সমিতি গঠন
author img

By

Published : Nov 15, 2020, 7:56 PM IST

নলবাৰী, 15 নৱেম্বৰঃ নলবাৰীত নতুনকৈ গঠন হ’ল ইণ্ডিয়ান জাৰ্নালিষ্ট এছ'চিয়েচনৰ নলবাৰী জিলা সমিতি ৷ দেওবাৰে নলবাৰী ছোৱালী হাইস্কুলত বহু জেষ্ঠ আৰু নবীন সাংবাদিকৰ উপস্থিতিত গঠন কৰা হয় ইণ্ডিয়ান জাৰ্নালিষ্ট এছ'চিয়েচনৰ নলবাৰী জিলা সমিতিখন ৷ জ্যেষ্ঠ সাংবাদিক ওৱাহিদুজ জামানক সভাপতি, চন্দন কুমাৰ শৰ্মাক সাধাৰণ সম্পাদক, নগেন তালুকদাৰ, আলতাব হুছেইন, লক্ষেশ্বৰ শৰ্মাক উপ সভাপতি, দ্বীজেন ডেকা, ৰূপম দাস, ৰমেন কুমাৰক সহকাৰী সম্পাদক হিচাপে লৈ 15 জনীয়া এই কাৰ্যকৰী সমিতিখন গঠন কৰা হয় ৷

ইণ্ডিয়ান জাৰ্নালিষ্ট এছ'চিয়েচনৰ নলবাৰী জিলা সমিতিৰ সভাপতি ওৱাহিদুজ জামানে কয়, জিলাখনত সাংবাদিকৰ নিৰাপত্তা, সাংবাদিকৰ জীৱিকা, সাংবাদিকৰ সকলো সমস্যাতেই ইণ্ডিয়ান জাৰ্নালিষ্ট এছ'চিয়েচনে অগ্ৰণী ভূমিকা পালন কৰিব ৷ দেওবাৰৰ এই অনুষ্ঠানত নলবাৰী জিলা প্ৰেছ ক্লাৱৰ যুটীয়া সম্পাদক, জেষ্ঠ সাংবাদিক এম মহিবৰ ৰহমানো উপস্থিত থাকে ৷

লগতে পঢ়ক-2021: বিহাৰত ওৱেইছিয়ে লোৱা ভূমিকা অসমত পালন কৰিব আজমলে

For All Latest Updates

TAGGED:

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.