ETV Bharat / state

বৰলীয়া নৈৰ খহনীয়াই চলাইছে তাণ্ডৱঃ আতংকিত নৈপৰীয়া লোক - নৈপৰীয়া লোক

চৰকাৰৰ এটা বিয়াগোম বিভাগ থকাৰ পিছতো খহনীয়া প্ৰতিৰোধত কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগটোৱে । ফলত মৰণতে শৰণ দি হ'লেও পৰিয়াল কেইটাই চলায় গৈছে জীৱন সংগ্ৰাম ।

আতংকিত নৈপৰীয়া লোক
author img

By

Published : Jul 11, 2019, 10:43 AM IST

Updated : Jul 11, 2019, 11:02 AM IST

নলবাৰী, 11 জুলাইঃ ৰাজ্যত চৌদিশে এতিয়া বান আৰু গৰাখহনীয়াৰ তাণ্ডৱ । নৈ উপনৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ভয়াৱহ ৰূপ লৈছে বান আৰু গৰাখহনীয়াই ৷ উল্লেখ্য যে, নলবাৰী-কামৰূপ সীমান্তৰ গৰমচুঙত বৰলীয়া নৈ খহনীয়াৰ ফলত শংকিত হৈ পৰিছে নৈ পৰীয়া সকল । গৰমচুঙ অঞ্চলত নৈৰ পাৰত বসবাস কৰা প্ৰায় ১০ টা পৰিয়ালে এতিয়া উজাগৰী নিশা কটাবলগীয়া হৈছে নৈ খনৰ খহনীয়াৰ বাবে । যিকোনো মুহূৰ্ততে নৈখনৰ বুকুত জাহ যাব পাৰে পৰিয়ালকেইটাৰ বাসগৃহ । বাট-পথ সকলো ইতিমধ্য়ে বানত বুৰ গৈছে ৷

আতংকিত নৈপৰীয়া লোক

বৰলীয়া নৈৰ ৰুদ্ৰমূৰ্তিৰ ফলত সম্প্ৰতি দিশহাৰা হৈ পৰিছে পৰিয়াল কেইটা । আনহাতে চৰকাৰৰ এটা বিয়াগোম বিভাগ থকাৰ পিছতো খহনীয়া প্ৰতিৰোধত কোনো গুৰুত্ব প্ৰদান কৰা নাই বিভাগটোৱে । ফলত মৰণতে শৰণ দি হ'লেও পৰিয়াল কেইটাই চলায় গৈছে জীৱন সংগ্ৰাম ।

Intro:বৰলীয়া নৈৰ খহনীয়াই চলাইছে তাণ্ডৱ।আতংকিত নৈপৰীয়া।Body:ৰাজ্যত চৌদিশে এতিয়া বান আৰু গৰাখহনীয়াৰ তাণ্ডৱ।নৈ উপনৈ সমূহৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত ভয়াবহ ৰূপ লৈছে বান আৰু গৰাখহনীয়াই৷উল্লেখ্য যে নলবাৰী-কামৰূপ সীমান্তৰ গৰমচুঙত বৰলীয়া নৈ খহনীয়াৰ ফলত সন্ত্ৰস্ত হৈ পৰিছে নৈ পৰীয়া সকল। গৰমচুঙ অঞ্চলত নৈৰ পাৰত বসবাস কৰা প্ৰায় ১০ টা পৰিয়ালে এতিয়া উজাগৰী নিশা কটাবলগীয়া হৈছে নৈ খনৰ খহনীয়াৰ বাবে।যিকোনো মুহূৰ্ততে নৈখনৰ বুকুত জাহ যাব পাৰে পৰিয়ালকেইটাৰ বাসগৃহ।ইফালে নৈ পাৰত থকা পথটিও খহনীয়া যাহ গৈছে।নৈ খনৰে মাজৰে ইফাল সিফাল হবলৈ আছে মাত্ৰ এখন টুলুঙা নাওঁ।টুলুঙা নাওখনৰে ইপাৰ-সিপাৰ হয় যদিও আহ যাহ কৰিবলৈ নাই পথছোৱা।বৰলীয়া নৈৰ ৰূদ্ৰমূৰ্তিৰ ফলত সম্প্ৰতি পৰিয়াল কেইটাৰ আলৈ আথনি হৈছে।আনহাতে চৰকাৰৰ এটা বিয়াগোম বিভাগ থকাৰ পিছতো গুৰুত্ব প্ৰদান কৰা নাই খহনীয়া প্ৰতিৰোধত।ফলত এওলোকে এতিয়া মৰণত শৰণ দি হলেও চলাই গৈছে জীৱন সংগ্ৰাম।।

বাইট=নৈ পৰীয়া৷Conclusion:কৈলাস ডেকা, নলবাৰী।
Last Updated : Jul 11, 2019, 11:02 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.