ETV Bharat / state

নলবাৰীত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে 134 গৰাকী

author img

By

Published : May 6, 2021, 10:15 PM IST

নলবাৰীত বৰ্তমানলৈ কৰ'ণাত আক্ৰান্তৰ সংখ্যা 1808 গৰাকীলৈ বৃদ্ধি পাইছে । কৰ'ণা সম্পৰ্কে বৃহস্পতিবাৰে জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, বৃহস্পতিবাৰৰ দিনটোত মুঠ 134 গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৷

nalbari-covid-update
নলবাৰীত নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে 134 গৰাকী

নলবাৰী, 6 মে’: সমগ্ৰ দেশৰ লগতে অসমতো বৃদ্ধি পাইছে কৰ'ণাত আক্ৰান্তৰ সংখ্যা । সমান্তৰালকৈ নলবাৰী জিলাতো বৃদ্ধি পাইছে কৰ'ণা ৰোগী । নলবাৰীত বৰ্তমানলৈ কৰ'ণাত আক্ৰান্তৰ সংখ্যা 1808 গৰাকীলৈ বৃদ্ধি পাইছে । কৰ'ণা সম্পৰ্কে বৃহস্পতিবাৰে জিলা স্বাস্থ্য বিভাগে জনোৱা মতে, বৃহস্পতিবাৰৰ দিনটোত মুঠ 134 গৰাকী লোক নতুনকৈ ক’ভিডত আক্ৰান্ত হৈছে ৷

আক্ৰান্ত সকলৰ 1164 গৰাকীয়েই হোম আইচলেচনত আছে । তাৰোপৰি নলবাৰীৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়ত 87 গৰাকী আৰু বেলশৰ মডেল হাস্পতালত 31 গৰাকী লোক চিকিৎসাধীন হৈ থকাৰ কথা উল্লেখ কৰিছে জিলা স্বাস্থ্য বিভাগে ।

লগতে পঢ়ক: নলবাৰীৰ এটা হত্যাকাণ্ড: আইতাকলৈ নাতিয়েকৰ চৰম উপহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.