নলবাৰী, 18 অক্টোবৰঃ নলবাৰীৰ চামতাত জব্দ অবৈধ নিচাযুক্ত দ্ৰব্য ৷ চামতাৰ মটৰষ্টেণ্ডৰ সৰস্বতী মেডিকেল ক্লিনিকত আৰক্ষীয়ে অভিযান চলাই অবৈধ ভাৱে মজুত ৰখা নিচাযুক্ত টেবলেট আৰু নিচাযুক্ত ঔষধৰ বটল জব্দ কৰে । বেলশৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কংকণ মহন্তৰ নেতৃত্বত আৰক্ষীয়ে এই অভিযান চলাই জব্দ কৰে এছ ট্রেকেন প্লাছ, এছ.পি আৰু নিচাযুক্ত দৰবৰ বটল ৷ ক্লিনিকখনৰ স্বত্বাধিকাৰী পংকজ দত্তই অবৈধ ভাৱে বহু দিন ধৰি এই ব্যৱসায় চলাই আছিল বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ ইতিমধ্যে স্বত্বাধিকাৰী পংকজ দত্তক সোধা-পোচাৰ বাবে আৰক্ষীয়ে আটক কৰিছে ৷
নলবাৰীৰ চামতাৰ ফাৰ্মাচীত ড্ৰাগছৰ অবৈধ বেহা - এছ ট্রেকেন প্লাছ, এছ.পি আৰু নিচাযুক্ত দৰবৰ বটল
নলবাৰীৰ চামতাত জব্দ অবৈধ নিচাযুক্ত দ্ৰব্য ৷ চামতাৰ মটৰষ্টেণ্ডৰ সৰস্বতী মেডিকেল ক্লিনিকত আৰক্ষীয়ে অভিযান চলাই অবৈধ ভাৱে মজুত ৰখা নিচাযুক্ত টেবলেট আৰু নিচাযুক্ত ঔষধৰ বটল জব্দ কৰে ।
নলবাৰী, 18 অক্টোবৰঃ নলবাৰীৰ চামতাত জব্দ অবৈধ নিচাযুক্ত দ্ৰব্য ৷ চামতাৰ মটৰষ্টেণ্ডৰ সৰস্বতী মেডিকেল ক্লিনিকত আৰক্ষীয়ে অভিযান চলাই অবৈধ ভাৱে মজুত ৰখা নিচাযুক্ত টেবলেট আৰু নিচাযুক্ত ঔষধৰ বটল জব্দ কৰে । বেলশৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কংকণ মহন্তৰ নেতৃত্বত আৰক্ষীয়ে এই অভিযান চলাই জব্দ কৰে এছ ট্রেকেন প্লাছ, এছ.পি আৰু নিচাযুক্ত দৰবৰ বটল ৷ ক্লিনিকখনৰ স্বত্বাধিকাৰী পংকজ দত্তই অবৈধ ভাৱে বহু দিন ধৰি এই ব্যৱসায় চলাই আছিল বুলি অভিযোগ উত্থাপন কৰে স্থানীয় ৰাইজে ৷ ইতিমধ্যে স্বত্বাধিকাৰী পংকজ দত্তক সোধা-পোচাৰ বাবে আৰক্ষীয়ে আটক কৰিছে ৷
Body:
আজি চামতাৰ মটোষ্টেণ্ডত থকা সৰস্বতী মেডিকেল ক্লিনিকত আৰক্ষীয়ে অভিযান চলাই অবৈধ ভাৱে মজুত ৰখা নিচাযুক্ত টেবলেট আৰু নিচাযুক্ত ঔষধৰ বটল জব্দ কৰিছে।বেলশৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া কংকণ মহন্তৰ নেতৃত্বত আৰক্ষীয়ে এই অভিযান চলাই ক্লিনিকখনৰ পৰা উদ্ধাৰ কৰা ড্ৰাগছৰ ভিতৰত আছে এছ ট্রেকেন প্লাছ,এছ,পি আৰু নিচাযুক্ত দৰবৰ বটল।ক্লিনিকৰ স্বত্বাধিকাৰী পংকজ দত্তই বছৰ বছৰ ধৰি তেওঁৰ ক্লিনিক খনত অবৈধ ভাৱে এই ব্যৱসায় চলাই যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ আগবঢ়াই নিছিল বুলি ৰাইজে অভিযোগ কৰিছে।ইতিমধ্যে স্বত্বাধিকাৰী পংকজ দত্তক সোধা-পোচাৰ বাবে আৰক্ষীয়ে আটক কৰিছে।Conclusion:কৈলাস ডেকা, নলবাৰী।