ETV Bharat / state

নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট - নলবাৰীত যুব ছাত্ৰ পৰিষদৰ অবস্থান ধৰ্মঘট

নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত তিনি ঘন্টীয়া অবস্থান ধৰ্মঘট নলবাৰীত যুব ছাত্ৰ পৰিষদৰ

নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট
author img

By

Published : Oct 19, 2019, 9:26 PM IST

নলবাৰী,19 অক্টোবৰ: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নলবাৰীত যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট। নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত তিনি ঘন্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে নলবাৰীত যুৱ ছাত্ৰ পৰিষদে। অসমীয়া খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন কৰিব বিচৰা এই ঘটনাক জাতি ধ্বংসী কাৰ্য বুলি অভিহিত কৰাৰ লগতে এই কাৰ্য এক গভীৰ ষড়যন্ত্ৰৰ অংশ বুলিও প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰে। অসম চুক্তিক নস্যাৎ কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিদেশীক স্বদেশী কৰিব বিচৰা কাৰ্য কেতিয়াও মানি লোৱা নহ'ব বুলি যুৱ ছাত্ৰ পৰিষদে হুংকাৰ দিয়ে।

Intro:নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৱস্থান ধৰ্মঘট।Body: নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত নলবাৰীত যুব ছাত্ৰ পৰিষদৰ অবস্থান ধৰ্মঘট । নলবাৰী জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সম্মুখত তিনি ঘন্টীয়া অবস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ । অসমীয়া খিলঞ্জীয়া জাতি জনগোষ্ঠীৰ অস্তিত্ব বিপন্ন কৰিব বিচৰা এই ঘটনাক জাতি ধ্বংসী কাৰ্য বুলি অভিহিত কৰাৰ লগতে এই কাৰ্য এক গভীৰ ষড়যন্ত্ৰৰ অংশ বুলিও প্ৰতিবাদকাৰী সকলে অভিযোগ উত্থাপন কৰে । অসম চুক্তিক নস্যাত কৰি নাগৰিকত্ব সংশোধনী বিধেয়কৰ জৰিয়তে বিদেশীক স্বদেশী কৰিব বিচৰা কাৰ্য কেতিয়াও মানি লোৱা নহ'ব বুলি যুৱ ছাত্ৰ পৰিষদে হুংকাৰ দিয়ে ।Conclusion:কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.