ETV Bharat / state

নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

নলবাৰীত প্ৰতিবাদী সমদলেৰে জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে পুনৰ আৰম্ভ কৰিলে কা আন্দোলন ৷ প্ৰতিগৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই প্ৰতিবাদী সমদলেৰে দেহত শেষ বিন্দু তেজ থকা লৈকে যুঁজ দিয়াৰ হুংকাৰ অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতি ৷

author img

By

Published : Dec 11, 2020, 7:47 PM IST

nalbari AJYCP protest against citizenship amendment bill
নলবাৰীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ

নলবাৰী,11 ডিচেম্বৰ: নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীৰে এবছৰৰ পাছত পুনৰ ৰাজপথলৈ আহিল অসমৰ জাতীয় দল সংগঠন ৷ জাতিধ্বংসী নাগৰিকত্ব আইন বাতিলৰ দাবীৰে কঠোৰ সকীয়নি চৰকাৰলৈ ৷ শুকুৰবাৰে নলবাৰীত প্ৰতিবাদী সমদলেৰে পুনৰ আৰম্ভ কৰে কা বিৰোধী আন্দোলন ৷ কা আন্দোলনৰ প্ৰতিগৰাকী শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনাই নলবাৰী চহৰৰ মাজেৰে এক প্ৰতিবাদী সমদল উলিয়াই অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নলবাৰী জিলা সমিতিয়ে ৷

তাৰ সমান্তৰালভাৱে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হায় হায়, সৰ্বানন্দ সোনোৱাল হায় হায়, কা আমি নামানো, শ্বহীদৰ তেজ অথলে যাব দিয়া নহ'ব আদি শ্ল'গানেৰে নলবাৰীৰ চহৰ উত্তাল কৰি তোলে ৷ প্ৰতিবাদী সমদলেৰে পুনৰ আৰম্ভ কৰা কা বিৰোধী আন্দোলনত দেহত শেষ বিন্দু তেজ থকা লৈকে যুঁজ দিয়াৰ হুংকাৰ সংগঠনটোৰ নেতৃবৃন্দৰ ৷

লগতে পঢ়ক: অসম আন্দোলনৰ শ্বহীদক সুঁৱৰি ডিব্ৰুগড়ত শ্বহীদ বেদী উন্মোচন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.