ETV Bharat / state

নলবাৰীত ভ্ৰাম্যমাণৰ শিল্পী,কলা-কুশলীক সাহাৰ্য প্ৰদান প্ৰশাসনৰ - ভ্ৰাম্যমাণৰ শিল্পী,কলা-কুশলীক সাহাৰ্য প্ৰদান প্ৰশাসনৰ

নলবাৰী জিলা প্ৰশাসনে জিলাখনৰ ১২৭ টা শিল্পীৰ পৰিয়ালক সাহাৰ্য হিচাপে আজিৰে পৰা কিছু সামগ্ৰী দিয়া আৰম্ভ কৰিছে । এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক শৰ্মা আৰু জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ।

Nalbari
ভ্ৰাম্যমাণৰ শিল্পী, কলা-কুশলীক সাহাৰ্য প্ৰদান প্ৰশাসনৰ
author img

By

Published : Jun 13, 2020, 8:05 PM IST

নলবাৰী, 13 জুন : COVID 19 য়ে মানুহৰ জীৱন-জীৱিকাত বাৰুকৈয়ে প্ৰভাৱ পেলাইছে । বহুলোকৰ জীৱিকাৰ পথ ৰুদ্ধ হৈছে । বিভিন্ন লোকৰ লগতে শিল্পী, কলা-কুশলীও আৰ্থিকভাৱে জুৰুলা হৈছে । সেয়ে এই শিল্পীসকলৰ বাবেও সাহাৰ্য প্ৰদানৰ ব্যৱস্থা কৰিছে অসম চৰকাৰে । তাৰেই অংশ হিচাপে নলবাৰী জিলা প্ৰশাসনে জিলাখনৰ ১২৭ টা শিল্পীৰ পৰিয়ালক সাহাৰ্য হিচাপে আজিৰে পৰা কিছু সামগ্ৰী দিয়া আৰম্ভ কৰিছে । এই কাৰ্যসূচীৰ শুভাৰম্ভ কৰে নলবাৰী বিধানসভা সমষ্টিৰ বিধায়ক অশোক শৰ্মা আৰু জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে ।

Nalbari
ভ্ৰাম্যমাণৰ শিল্পী, কলা-কুশলীক সাহাৰ্য প্ৰদান প্ৰশাসনৰ

শনিবাৰে সাহাৰ্য প্ৰদানৰ উদ্দেশ্যে নলবাৰীৰ ফকীৰতোলাৰ অমিত সিঙৰ ঘৰত উপস্থিত হয় বিধায়ক অশোক শৰ্মা,উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী,অতিৰিক্ত উপায়ুক্ত (ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা) ফিৰডৌচ আলম শ্বেইখ আৰু চক্ৰ বিষয়া (সংলগ্ন) ৰীতুপৰ্ণা ভাদ্ৰা। চৰকাৰৰ ফালৰ পৰা ৩০ কিলোগ্ৰাম চাউল, ৫ কিলোগ্ৰাম দাইল,ডেৰ লিটাৰ মিঠাতেল,ডেৰ কিলোগ্ৰাম নিমখ,মাস্ক আৰু ছেনিটাইজাৰ প্ৰদান কৰে। ইয়াৰোপৰি ঘগ্ৰাপাৰলৈ গৈও শিল্পী,কলা-কুশলীৰ পৰিয়ালক বিধায়ক অশোক শৰ্মাই সাহাৰ্য সামগ্ৰী প্ৰদান কৰে ।
লগতে পঢ়কঃ পৰিস্থিতি সাপেক্ষে গুৱাহাটীত পুনৰ হ'ব পাৰে লক​ ডাউনঃ হিমন্ত বিশ্ব শৰ্মা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.