ETV Bharat / state

মুকালমুৱাত কৰ'ণাৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ

author img

By

Published : Jan 29, 2021, 3:09 PM IST

Updated : Jan 29, 2021, 3:18 PM IST

নলবাৰীৰ মুকালমুৱাত আৰম্ভ হৈছে কৰ‘ণাৰ প্ৰতিষেধক প্ৰদানৰ কাম ৷ প্ৰথম পৰ্যায়ত ১৭০০ গৰাকী স্বাস্থ্যকৰ্মী, আশা কৰ্মী, অংগনবাড়ী কৰ্মীক প্ৰদান কৰা হ‘ব এই প্ৰতিষেধক ৷

Mukalmua_Vaccine
মুকালমুৱাত কৰ'ণাৰ প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়াৰ শুভাৰম্ভ

নলবাৰী, 29 জানুৱাৰী : নলবাৰী জিলাৰ জিলাৰ মুকালমুৱাত শুকুৰবাৰৰে পৰা আৰম্ভ হ'ল কৰ'ণা ভেকচিন প্ৰদান প্ৰক্ৰিয়া । সেই মৰ্মে মুকালমুৱা মহকুমা চিকিৎসালয়ত আজিৰে পৰা আৰম্ভ হৈছে কৰ‘ণাৰ প্ৰতিষেধক প্ৰদানৰ কাম ৷ ১০০ গৰাকী অংগনবাড়ী কৰ্মীক শুকুৰবাৰে প্ৰদান কৰা হয় কৰ‘ণাৰ প্ৰতিষেধক ৷ প্ৰথম পৰ্যায়ত মুকালমুৱা অঞ্চলত কৰ্মৰত ১৭০০ গৰাকী স্বাস্থ্যকৰ্মী, আশা কৰ্মী, অংগনবাড়ী কৰ্মীক ভেকচিন প্ৰদান কৰা হ'ব বুলি জানিব দিয়ে মুকালমুৱা চিকিৎসালয়ৰ কৰ্তৃপক্ষই ।

উল্লেখ্য যে, কৰ'ণা মহামাৰীৰ সময়ত এইসকল স্বাস্থ্যকৰ্মীয়ে ৰাইজৰ সূৰক্ষাৰ স্বাৰ্থত সন্মুখৰ পৰা নেতৃত্ব দিছিল আৰু সেইকাৰণে এই ক‘ভিড যোদ্ধাসকলক প্ৰথম পৰ্যায়ত ক'ৰণা ভেকচিন প্ৰদান কৰাৰ ব্যৱস্থা কৰে চৰকাৰ তথা স্বাস্থ্য বিভাগে।

লগতে পঢ়ক: গোলাঘাটত স্বামীয়ে তেল ঢালি জ্বলাই দিলে পত্নীক

Last Updated : Jan 29, 2021, 3:18 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.