নলবাৰী, 6 মাৰ্চ : বসন্তৰআগমনৰ লগে লগে কুলি চৰাইৰ আগমন ঘটাৰ দৰেই নিৰ্বাচন আহিলেহে সমষ্টিবাসীলৈ মনত পৰে নেতা-মন্ত্ৰীৰ । লোকসভা নিৰ্বাচনৰ অধিসূচনাৰ পূৰ্বেই বুধবাৰে নলবাৰীত প্ৰধানমন্ত্ৰীৰ গ্ৰাম চড়ক যোজনাৰ অধীনত কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰে সাংসদ ৰমেন ডেকাই । একেৰাহে 2 বাৰৰ বাবে সাংসদ হোৱা ৰমেন ডেকাই বিগত সময়ছোৱাত একোৱেই কাম নকৰাৰ লগতে নিৰ্বাচন অহাতহে সমষ্টিবাসীলৈ মনত পৰাৰ অভিযোগ সমষ্টিবাসীৰ । তাৰ পাচতো প্ৰবল আত্মবিশ্বাসেৰে এইবাৰ নিৰ্বাচনতো দলীয় টিকট লাভ কৰিব বুলি সাংবাদিকৰ সদম্ভে কলে সাংসদগৰাকীয়ে ।
একেদিনাই ৭ টাকৈ পথৰ আধাৰশিলা স্থাপন কৰা কোন এইগৰাকী সাংসদ - সাংসদ ৰমেন ডেকা
ধানমন্ত্ৰীৰ গ্ৰাম চড়ক যোজনাৰ অধীনত কেইবাটাও পথৰ আধাৰশিলা স্থাপন
নলবাৰী, 6 মাৰ্চ : বসন্তৰআগমনৰ লগে লগে কুলি চৰাইৰ আগমন ঘটাৰ দৰেই নিৰ্বাচন আহিলেহে সমষ্টিবাসীলৈ মনত পৰে নেতা-মন্ত্ৰীৰ । লোকসভা নিৰ্বাচনৰ অধিসূচনাৰ পূৰ্বেই বুধবাৰে নলবাৰীত প্ৰধানমন্ত্ৰীৰ গ্ৰাম চড়ক যোজনাৰ অধীনত কেইবাটাও পথৰ আধাৰশিলা স্থাপন কৰে সাংসদ ৰমেন ডেকাই । একেৰাহে 2 বাৰৰ বাবে সাংসদ হোৱা ৰমেন ডেকাই বিগত সময়ছোৱাত একোৱেই কাম নকৰাৰ লগতে নিৰ্বাচন অহাতহে সমষ্টিবাসীলৈ মনত পৰাৰ অভিযোগ সমষ্টিবাসীৰ । তাৰ পাচতো প্ৰবল আত্মবিশ্বাসেৰে এইবাৰ নিৰ্বাচনতো দলীয় টিকট লাভ কৰিব বুলি সাংবাদিকৰ সদম্ভে কলে সাংসদগৰাকীয়ে ।
6March 19
OC.বসন্ত কাল বুলিলে আমি পাতৰ আৰত কুহু কুহু কৈ মতা কুলি চৰাইজনীৰ কথা মনলৈ আনো পিছে অাজি অামি দেখুৱাম এজন ৰাজনীতিৰ কুলি চৰাই । বসন্ত ঋতু অাগমনৰ লগে লগে যেনকৈ কুলি চৰাইয়ে বসন্তৰ বাতৰি দিয়ে ঠিক তেনেদৰে ৰাজনীতিৰ এইজন কুলি চৰাইয়ে লোক সভা নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ মাজত দেখা দিয়ে । পিছে কোন এইজন কুলি চৰাই………………
চাওক অামাৰ এই প্ৰতিবেদন
VO.বসন্ত ঋতু অাগমনৰ লগে লগে কুলি চৰাইয়ে যেনকৈ বহাগৰ বতৰা দিয়ে ঠিক তেনেদৰে অসমৰ এইজন সাংসদে লোক সভা নিৰ্বাচনৰ অধিসূচনাৰ পূৰ্বে অাজি নলবাৰীত PMGSY অাঁচনিৰ অধীনত কেইবাটাও পথৰ অাধাৰশিলা স্হাপন কৰি আধাৰশিলা ৰ ৰাজনীতি কৰিছে সাংসদ ৰমেন ডেকাই । একেৰাহে ২ বাৰৰ সাংসদ হোৱা ৰমেন ডেকাই বিগত সময়ছোৱাত একোৱেই কাম নকৰাত সাংসদ গৰাকীক এবাৰ নিৰ্বাচনত শিক্ষা দিবলৈ মন মেলিছে সমষ্টিটোৰ ভোটাৰ ।পিছে ক্ষণ বুজি সাংসদ গৰাকীয়ে নিৰ্বাচনৰ প্ৰাকক্ষনত অধাৰশিলা স্হাপন কৰিব অাহি সাংবাদিকৰ অাগত কয় যে অাগন্তুুক লোক সভানিৰ্বাচনত তেও টিকত পোৱাটো এক প্ৰকাৰ নিশ্চিত,কাৰন মই দলৰ এজন প্ৰতিষ্ঠাপক সদস্য অাৰু সততাৰে কাম কৰি থকা বাৱে দলে তেওৰ কথা চিম্তা কৰিৱ বুলিও মন্তব্য কৰে । ইফালে সাংসদ গৰাকীয়ে নিজে স্হাপন কৰা বালিতাৰা অাদৰ্শ গাওখনৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ হোৱাৰ পিছয বালিতাৰা অাদৰ্শ গাওৰ নামত কোনো বিশেষ আচনি নাথাকে অাৰু নাই বুলিও সাংবাদিকৰ অাগত অ-সহায় মন্তব্য কৰে এই গৰাকী সাংসদে।Body:বাইটConclusion:কৈলাস ডেকা, নলবাৰী।