ETV Bharat / state

নলবাৰীত বিধায়ক অশোক শৰ্মাৰ ভোটদান

author img

By

Published : Apr 18, 2019, 3:02 PM IST

মঙলদৈ লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত জনসাধাৰণৰ লানি নিছিগা শাৰী ৷ 8 নং মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ 551 নং বৰকুৰা প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত ভোট দান কৰে নলবাৰী সমষ্টিৰ বিধায়কগৰাকীয়ে ৷

নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ ভোটদান

নলবাৰী , 18 এপ্ৰিল : আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ ৷ নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মায়েও নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে ৷ 8 নং মঙলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ 551 নং বৰকুৰা প্ৰাথমিক বিদ্যালয় ভোট গ্ৰহণ কেন্দ্ৰত ভোট দান কৰে নলবাৰী সমষ্টিৰ বিধায়ক গৰাকীয়ে ৷

নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মাৰ ভোটদান

ইপিনে উক্ত ভোট গ্ৰহণ কেন্দ্ৰটোত পুৱাৰে পৰা ভোটাৰৰ দীঘলীয়া শাৰী পৰলক্ষিত হৈছে ৷ নতুন ভোটাৰৰ লগতে বৃদ্ধা ভোটাৰকো দেখা গৈছে এই ভোট গ্ৰহণ কেন্দ্ৰটোত ।

Slug=Election...18April..
Story FTP

V.O=আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ । মঙ্গলদৈ লোকসভা সমষ্টিৰ বিভিন্ন প্ৰান্তত দেখা গল শাৰী পাতি ভোট দাখিল কৰিব অহা জনসাধাৰণৰ । সেই মৰ্মে
৮ নং মঙ্গলদৈ লোকসভা সমষ্টিৰ অন্তৰ্গত নলবাৰীৰ ৫৫১ নং বৰকুৰা প্ৰাথমিক বিদ্যালয় ভোট কেন্দ্ৰত আজি দ্বিতীয় পৰ্যায়ৰ ভোট  গ্ৰহনত পুৱাৰ পৰাই ভোটাৰৰ দীঘলীয়া শাৰী দেখা গৈছে।উল্লেখযোগ্য এই ভোট কেন্দ্ৰটোৰ ভোটাৰ হল নলবাৰী সমষ্টিৰ বিধায়ক অশোক শৰ্মা।বিধায়ক অশোক শর্মাই ও ভোটাৰৰ সৈতে শাৰী পাতি সাব্যস্ত কৰিছে নিজৰ গণতান্ত্ৰিক আৰু ৰাজনৈতিক অধিকাৰ।ইপিনে নতুন ভোটাৰৰ লগত বৃদ্ধা ভোটাৰকো দেখা গৈছে এই ভোট গ্ৰহণ কেন্দ্ৰত ।

কৈলাস ডেকা, নলবাৰী।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.